ক’লকাতাৰ বি টি ৰ’ডত অৱস্থিত ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ে নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিৰ কল্পিতা দেৱীক ভ’কেল মিউজিকত সন্মানীয় পি এইচ ডি ডিগ্ৰী প্ৰদান কৰিছে । ক’লকাতাৰ নুপুৰ গাংগুলীৰ তত্বাৱধনাত অধ্যয়ন কৰা কল্পিতাৰ বিষয়বস্তু আছিল মিউজিকেল কনট্ৰিবিউচনচ অফ আচাৰ্য চিন্ময় লাহিড়ী টুৱাৰ্ডছ দ্যা ডেভেলপমেণ্ট অফ ক্লাছিকেল মিউজিক ইন ৱেষ্ট বেংগল (Musical
Category: Assamese News
“কম দিনৰ ভিতৰতে বিটিচিত বিপিএফে পুনৰ গঠন কৰিব চৰকাৰ৷মিত্ৰজোঁটৰ ১২ জন পাৰিষদৰ সহযোগত গঠন কৰিব চৰকাৰ ৷ ইতিমধ্যে এই সন্দৰ্ভত হোৱা আলোচনা প্ৰক্ৰিয়া শেষ হৈছে ৷ উপ নিৰ্বাচনৰ পিছতে বিটিচিত বিপিএফ দলৰ চৰকাৰ গঠন কৰা হ’ব”- সোমবাৰে বাক্সাৰ মুছলপুৰত আয়োজন কৰা এক নিৰ্বাচনী প্ৰচাৰত অংশ লৈ এই মন্তব্য কৰে বিপিএফৰ
আলফা (স্বাধীন) লৈ অসমৰ যুৱক যুৱতীৰ সোঁত ববলৈ ধৰাত অসম আৰক্ষীৰ লগতে অসমৰ প্ৰশাসন চিন্তিত হৈ পৰা সময়তে চৰাইদেউ জিলাৰ সাতজনকৈ যুৱক আলফা সংগঠনত যোগদান কৰিবলৈ যোৱা অৱস্থাত অসম-অৰুণাচল -নাগালেণ্ড ত্ৰিবেনী সংগম সাপেখাতী অঞ্চলৰ পৰা সাত জন যুৱক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। ৰাজ্যৰ ভিন্ন প্ৰান্তত আলফা ( স্বাধীন )
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি হল অন্তিম দিন।আজি অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনৰ উপস্থিতিত বোকাজানৰ নিৰ্বাচনী বিষয়াৰ হাতত বিজেপিৰ বৰজান সমষ্টিৰ সূৰ্য ৰংফাৰ বোকাজান সমষ্টিৰ মাধুৰ্ধ ঢেকিয়াল ফুকন, সৰুপথাৰ সমষ্টিৰ কাডম তেৰাংপী দেওপানী সমষ্টিৰ শ্ৰৱণ টেলেংগা, নিলিপ সমষ্টিৰ পবিত্ৰ ৰংপী, দুৱাৰ বাগৰি সমষ্টিৰ ৰিচাৰ্ড টকবিয়ে
অসমৰ অন্যতম ভূমিপুত্ৰ কোচৰাজবংশী জনগোষ্ঠীৰ বৃহৎ তথা মুল সংগঠন কোচৰাজবংশী সাহিত্য সভাৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস ২২মে দিনযোৰা কাৰ্য্যসূচীৰে কোকৰাঝাৰ জিলাৰ শক্তি আশ্ৰমস্থিত সাহিত্য সভাৰ মুখ্য কাৰ্য্যালয় গিৰিজাভূষণ ৰায় ভবন প্ৰাংগনত অনুষ্ঠিত হয় । কাৰ্য্যসূচী অনুসৰি আবেলি তিনি বজাত কোচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি ড°দ্বিজেন্দ্ৰ নাথ ভকতৰ সভাপতিত্বত অনুষ্ঠিত মুকলি