Advertisement

Category: Assamese News

প্ৰথমে প্ৰেম, পিছত বিবাহ, পিছত স্বামী পৰিয়ালে ভাইৰেল কৰিলে ভিডঅ !

প্ৰথমে প্ৰেম, পিছত বিবাহ, পিছত স্বামী পৰিয়ালে ভাইৰেল কৰিলে ভিডঅ !

যুৱতীগৰাকীয়ে পৰিয়ালৰ ইচ্ছাৰ বিপৰীতে গৈ প্ৰেমিকক বিয়া কৰাইছিল। এতিয়া তাই তাইৰ স্বামীৰ সৈতে এটা ভিডিঅ’ মুকলি কৰিছে আৰু আৰক্ষীক আবেদন কৰিছে। যুৱতীগৰাকীয়ে নিজকে নিজৰ পৰিয়ালৰ পৰা ভাবুকি বুলি বৰ্ণনা কৰিছে।

নতুন Scorpioৰ ফটো লীক, প্ৰথমবাৰৰ বাবে প্ৰকাশ্য হৈছে ইণ্টেৰিয়ৰ, চাওক স্ক’ৰপিঅ’ Z101ৰ নতুন লুক

নতুন Scorpioৰ ফটো লীক, প্ৰথমবাৰৰ বাবে প্ৰকাশ্য হৈছে ইণ্টেৰিয়ৰ, চাওক স্ক’ৰপিঅ’ Z101ৰ নতুন লুক

মহিন্দ্ৰাই ইয়াৰ আহিবলগীয়া স্ক’ৰপিঅ’এছইউভিৰ অফিচিয়েল টিজাৰ মুকলি কৰিছে। ৩০ ছেকেণ্ডৰ টিজাৰ ভিডিঅ’টোত কেৱল নিউ মহিন্দ্ৰা স্ক’ৰপিঅ’ৰ এক আভাস দেখুওৱা হৈছে। ২০২২ৰ নতুন স্ক’ৰপিঅ’ৰ কোডনেম Z101 ৰখা হৈছে। কোম্পানীটোৱে নতুন প্ৰজন্মৰ

কান চলচ্চিত্র মহোৎসৱত প্ৰদৰ্শন হ’ব অসমীয়া ছবি ‘বাঘজান’ আৰু ‘বুম্বা ৰাইড’

কান চলচ্চিত্র মহোৎসৱত প্ৰদৰ্শন হ’ব অসমীয়া ছবি ‘বাঘজান’ আৰু ‘বুম্বা ৰাইড’

সন্মানীয় কান চলচ্চিত্র মহোৎসৱত প্ৰদৰ্শিত হ’ব অসমীয়া ছবি ‘বাঘজান’ । কান চলচ্চিত্র মহোৎসৱৰ ‘ফিল্ম বাজাৰ’ শাখাত প্রদর্শিত হ’ব ‘বাঘজান’। জয়ছেং চাই দহোটিয়াই নির্মাণ কৰা বাঘজান নামৰ ছবিখন এইবাৰ কান মহোৎসৱত

জনতা ভৱনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰে অভিনেতা জন আব্ৰাহামৰ বৈঠক

জনতা ভৱনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰে অভিনেতা জন আব্ৰাহামৰ বৈঠক

অসমত ফুটবলৰ প্ৰসাৰৰ বিষয়ে আলোচনাৰ বাবে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক জনতা ভৱনত সাক্ষাৎ কৰে বলীউডৰ জনপ্ৰিয় অভিনেতা জন আব্ৰাহামে । ভাৰতীয় ফুটবলৰ শীৰ্ষ ক্লাব হিচাপে বৰ্তি থকাৰ বাবে

বৰপেটাত খিলঞ্জীয়া মুছলমান আৰু বংগীয় মুছলমানৰ মাজত সংঘৰ্ষ

বৰপেটাত খিলঞ্জীয়া মুছলমান আৰু বংগীয় মুছলমানৰ মাজত সংঘৰ্ষ

বুধবাৰে বৰপেটাৰ ভেল্লাৰ কালজাহী ৰিজাৰ্ভত দুটা ফৈদৰ মাজত সংঘটিত হয় তুমুল সংঘৰ্ষ ৷ দা-কুঠাৰ, যাঠি-জোং লৈ আক্ৰমণ-প্ৰত্যাক্ৰমণ দুয়ো পক্ষৰ ৷ খিলঞ্জীয়া মুছলমান আৰু বংগ মূলীয় মুছলমানৰ মাজত সৃষ্টি হয় এই