বিধানসভাৰ অধ্যক্ষৰ নিৰপেক্ষতাক লৈ সন্দেহৰ সৃষ্টি হৈছে। মই বক্তব্য দিলে বহাই দিয়ে, কিন্তু চৰকাৰী পক্ষৰ বিধায়কে আমাক মুকলিকৈ ভাবুকি দিয়ে। বিৰোধী পক্ষকহে হস্তক্ষেপ কৰি থাকে অধ্যক্ষই।’- বিধানসভাৰ অধ্যক্ষৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ ৰাইজৰ দলৰ নেতা অখিল গগৈৰ। আনহাতে ৰাজ্যসভাৰ নিৰ্বাচনত বিধায়ক ক্ৰচ ভোটিং কৰিলেও বিধায়ক পদ খাৰিজ নহয় বুলি অধ্যক্ষই
Category: Assamese News
সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ। পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। আজি পুনৰ বৃদ্ধি পোৱাৰ লগে লগে ৮ দিনত ৭ বাৰকৈ বাঢ়িল পেট্ৰ’ল-ডিজেলৰ দাম। প্ৰতিদিনে বৃদ্ধি পাবলৈ লৈছে পেট্ৰ’ল-ডিজেলৰ মূল্য। আজি গুৱাহাটীত (Petrol Diesel Price) পেট্ৰ’লৰ দাম ৯৯.৮৯ টকা আৰু ডিজেলৰ দাম ৮৫.৯০ টকা। আজি পেট্ৰ’লৰ দাম ৮৯ পইচা বৃদ্ধি পোৱাৰ
কচুগাঁও সমষ্টিৰ তুলসীবিল ভি চি ডি চিৰ সভাপতি ছফিৰুল ইছলামৰ নেতৃত্বত টেংৰাৰভিটা মাদ্ৰাছা প্ৰাংগণত অনুষ্ঠিত হোৱা যোগদান সভাত অংশ গ্ৰহণ কৰি ই এম উকীল মুছাহাৰীয়ে আৰু কয় যে বি পি এফ দলে বি টি চিত শাসন চলাই দূৰ্নীতি হে কৰিলে ৷বি টি আৰত মিত্ৰজোঁটৰ শাসনত পৰিৱৰ্তনৰ জোৱাৰ অহা আৰম্ভ হৈছে
ধেমাজি চৌখাম গাঁৱৰ এগৰাকী বোৱাৰী বিগত দহ দিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । বোৱাৰী গৰাকী হৈছে চৌখাম গাঁৱৰ অমৃত বৰা নামৰ লোকজনৰ পত্নী তৰা মিলি বৰা । দৈনিক কাম কৰি পৰিয়াল চলোৱা অমৃত বৰাই আন দিনাৰ দৰে যোৱা ২০ মাৰ্চৰ পুৱাই কামলৈ ওলাই যায় ।
বৃহৎ নদীবান্ধৰ বিৰোধীতা কৰি দেৱাল লিখাৰ বাবেই অসমৰ চিত্ৰশিল্পীক গ্ৰেপ্তাৰ।অৰুণাচল আৰক্ষীয়ে লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিলে চিত্ৰশিল্পী নীলিম মহন্তক।অৰুণাচল প্ৰদেশৰ ৫০ বছৰ পূৰ্তি স্মৰণীয় দেৱালত NO BIG DAM লিখাৰ অভিযোগ।ইটানগৰ আৰক্ষী থানাত জামিনবিহীন ধাৰাত গোচৰ ৰুজু।লখিমপুৰৰ পৰা শিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰ কৰি অৰুণাচলৰলৈ নিলে আৰক্ষীয়ে।