29.8 C
Assam
Monday, March 27, 2023

Featured News

গোৰোহা ফটাৰ সমস্যা? জানি থওক উপশমৰ উপায়….

শীতকালত বহুতৰে ভৰিৰ গোৰোহা ফাটে৷ এই সমস্যা...

হাত-ভৰি জিনজিননি হোৱাটো হ’ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ

বহুতৰে প্ৰায়ে হাত আৰু ভৰিত জিনজিননি হৈ...

হিকতিৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ ঘৰুৱা উপায়

সাধাৰণতে পানী কমকৈ খোৱা বা মচলাযুক্ত খাদ্য...

গুৱাহাটীত চেঞ্চুৰী সম্পূৰ্ণ কৰাৰ দিশে পেট্ৰ’ল ! ৰাজ্যত প্ৰতিদিনেই বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য

Assamese Newsগুৱাহাটীত চেঞ্চুৰী সম্পূৰ্ণ কৰাৰ দিশে পেট্ৰ'ল ! ৰাজ্যত প্ৰতিদিনেই বৃদ্ধি পাইছে পেট্ৰ'ল-ডিজেলৰ মূল্য

সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ। পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। আজি পুনৰ বৃদ্ধি পোৱাৰ লগে লগে ৮ দিনত ৭ বাৰকৈ বাঢ়িল পেট্ৰ’ল-ডিজেলৰ দাম। প্ৰতিদিনে বৃদ্ধি পাবলৈ লৈছে পেট্ৰ’ল-ডিজেলৰ মূল্য।

আজি গুৱাহাটীত (Petrol Diesel Price) পেট্ৰ’লৰ দাম ৯৯.৮৯ টকা আৰু ডিজেলৰ দাম ৮৫.৯০ টকা। আজি পেট্ৰ’লৰ দাম ৮৯ পইচা বৃদ্ধি পোৱাৰ বিপৰীতে ডিজেলত ৭৪ পইচা বৃদ্ধি (Price Hike) পাইছে। আনহাতে ৰাজ্যৰ অন্ন কিছু প্ৰান্তত পেট্ৰ’লৰ দামে ইতিমধ্যে শতকৰ ঘৰত প্ৰৱেশ কৰিছে। অতি শীঘ্ৰেই গুৱাহাটীত পেট্ৰ’লৰ মূল্য শতকৰ ঘৰ অতিক্ৰম কৰাৰ সম্ভাৱনা।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!