Category: Assamese News

উজানবজাৰত জঘন্য ঘটনা; লম্পট ভিনিয়েকৰ কামনাৰ বলি ১৪বছৰীয়া খুলশালী

উজানবজাৰত জঘন্য ঘটনা; লম্পট ভিনিয়েকৰ কামনাৰ বলি ১৪বছৰীয়া খুলশালী

গুৱাহাটী মহানগৰীত সভ্য সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা পোহৰলৈ আহিছে।ভিনিয়েকৰ কামনাৰ বলি এগৰাকী ১৪বছৰীয়া কিশোৰী।খুলশালী গৰাকী বৰ্তমান অন্তঃসত্বা বুলি জানিব পৰা গৈছে ।উজানবজাৰ উৰিয়াবস্তিত সংঘটিত হৈছে এই জঘন্য ঘটনা।ভুক্তভোগী কিশোৰীগৰাকীৰ আইতাক আৰু মাহীয়েকে পানবজাৰ মহিলা আৰক্ষী থানাত গোচৰ দাখিলৰ পাছতে পোহৰলৈ আহিছে এই জঘন্য কাণ্ডৰ কথা। উল্লেখ্য যে আইতাক

কান্ধত গামোচা লৈ অসমীয়াতে শপত গ্ৰহণ সাংসদ পৱিত্র মার্ঘেৰিটাৰ

কান্ধত গামোচা লৈ অসমীয়াতে শপত গ্ৰহণ সাংসদ পৱিত্র মার্ঘেৰিটাৰ

সোমবাৰে সদনত শপত গ্ৰহণ কৰে বিজেপিৰ দুজন, কংগ্ৰেছৰ এজনসহ ৰাজ্যসভাৰ ৬ নৱ নিৰ্বাচিত সাংসদে। আজি শপত গ্ৰহণ কৰা সাংসদসকল ক্ৰমে পবিত্ৰ মাৰ্ঘেৰিটা (বিজেপি, অসম); ৰণগৌৰা নার্জাৰী (ইউপিপিএল, অসম); জেবি মাথেৰ হিচাম (কংগ্ৰেছ, কেৰেলা); সন্দোশ কুমাৰ (চিপিআই, কেৰেলা); এ এ ৰহিম (চিপিআই-এম, কেৰেলা); আৰু এছ ফাংনন কন্যাক (বিজেপি, নাগালেণ্ড)। উল্লেখ্য যে

বড়ো ভাষাত শপত গ্ৰহণ কৰে নৱনিৰ্বাচিত সাংসদ ৰণগৌড়া নাৰ্জাৰীয়ে

ৰঙিয়াত বৃহৎ পৰিমাণৰ অ’পিয়াম জব্দ। আটক এজন।

ৰঙিয়াত বৃহৎ পৰিমাণৰ অ’পিয়াম জব্দ। আটক এজন।

ৰঙিয়াৰ পৰা ৰিজাউল হাচান । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালে ৰঙিয়াতো আৰক্ষীৰ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। সোমবাৰে পুৱাৰ ভাগত এক গোপন সূত্ৰৰ ভিত্তিত, ৰঙিয়া আৰক্ষীয়ে উদিয়ানাৰ লোহিত কলিতা নামৰ এজন লোকৰ ঘৰত নিচাজাতীয় সামগ্ৰী মজুত কৰি ৰখাৰ খৱৰ লাভ কৰিছিল। সেইমতে, লোহিত কলিতাৰ ঘৰত তালাচী চলাই প্ৰায় ১ লাখ

মঙ্গলদৈত দৰং কংগ্ৰেছৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদ ।

মঙ্গলদৈত দৰং কংগ্ৰেছৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদ ।

সমগ্ৰ দেশজুৰি মূল্য বৃদ্ধিয়ে যি ভয়ানক ৰূপ ধাৰণ কৰিছে তাক লৈ দৰং জিলা কংগ্ৰেছ কমিটিয়ে আজি মূল্য বৃদ্ধিৰ প্ৰতিবাদত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আমিনুৰ ৰচিত চৌধুৰী ,খলিলুৰ ৰহমান, জিলা কংগ্ৰেছ ৰ সম্পাদক কন্দৰ্প কলিতা, প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশীৰ লগতে দলীয় কৰ্মী সকল এই প্ৰতিবাদী