বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে (Nitish Kumar) সুৰা নিষিদ্ধক লৈ এক অদ্ভুত মন্তব্য দিছে। বুধবাৰে বিধানসভাত উত্থাপন কৰা সুৰা সংশোধনী বিধেয়কখন গৃহীত হয়, য’ত প্ৰথমবাৰৰ বাবে সুৰা পান কৰাৰ বাবে ধৰা পৰিলে যিকোনো লোকক জৰিমনা বিহি ৰেহাই দিব পাৰে। বিধানসভাত বিহাৰ সুৰা নিষিদ্ধক (Bihar Liquor Ban) লৈ সংশোধনী বিধেয়কক লৈ যথেষ্ট হুলস্থূল চলি
Category: Assamese News
অসমীয়া ভাষা কোনে জানে? মই ইণ্টাৰনেচনেল মানুহ,অসমীয়া নকও।’- শুকুৰবাৰে ৰাজ্যসভা নিৰ্বাচনকলৈ সূচনা হোৱা বিতৰ্কৰ উত্তৰ দিবলৈ গৈ অসমীয়া ভাষাৰ সন্দৰ্ভত এনেদৰে অপমানসূচন মন্তব্য কৰিলে AIUDFৰ বিধায়ক চিৰাজুদ্দিন আজমলে। উল্লেখ্য যে, ৰাজ্যসভা নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া তীব্ৰতৰ হৈছে দুই বিৰোধী দল কংগ্ৰেছ আৰু AIUDFৰ মাজত কথাৰ কটাকটি। দুয়োটা দলেই ইটোৱে সিটোক আক্ৰমণৰ লক্ষ্য
চৰাইদেউ জিলাৰ জিলা দণ্ডাধীশ পল বৰুৱাই যোৱা ৩০ মাৰ্চত জাৰি কৰা এক আদেশ যোগে ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত তথা অসম মীন নীতি, ১৯৫৩ আৰু অসম মীন (সংশোধিত) নীতি ২০০৫ অনুসৰি সমগ্র চৰাইদেউ জিলাতে বলবৎ হোৱাকৈ ১ এপ্ৰিল ২০২২ ৰ পৰা ১৫ জুলাই ২০২২ লৈকে মাছৰ প্ৰজনন ঋতুৰ সময়ত
মৰিগাঁও জিলাৰ সদৌ তিৱা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্য্যালয়ৰ প্ৰাংগনত বুধবাৰে তিৱা ছাত্ৰ সন্থাৰ বহু কেইটা দাবী উত্থাপন কৰি এক ধৰ্মঘট কাৰ্য্যসুচী ৰূপায়ণ কৰে ৷ মধ্য অসমৰ তিৱা সকলৰ বিভিন্ন দাবীৰে তিৱা সকলৰ তিৱা ভাষাৰ শিক্ষক নিযুক্তি প্ৰদান,শীঘ্ৰে আঞ্চলিক স্বায়ত্ত্ব পৰিষদ প্ৰদান,তিৱা স্বায়ত্ত্ব পৰিষদক সাংবিধানিক মৰ্যাদা প্ৰদান,ষষ্ঠ অনুসূচি স্বায়ত্ত্ব শাসনৰ প্ৰস্তাৱ
মিছ ইউনিভাৰ্ছ হৰনাজ কৌৰ সান্ধুৱে হিজাব গোচৰটোৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিছে। তেওঁ কৈছে যে যদি ছোৱালী এজনীয়ে হিজাব পিন্ধে, এয়া তাইৰ পছন্দ। হৰনাজ কৌৰে কৈছিল- যদি কোনোবাই তাইক আধিপত্য বিস্তাৰ কৰিছে, তেন্তে তাই আগবাঢ়ি আহি কথা ক’ব লাগিব। তাই বিচৰা ধৰণে জীয়াই থাকিবলৈ দিয়ক। আমি বিভিন্ন সংস্কৃতিৰ মহিলা আৰু