Category: Assamese News

‘পাঠান’ত শ্বাহৰুখ খানৰ ছিক্স পেক এব্ছ দেখি মালাইকা অৰোৰাৰ ৰিয়েকচন

‘পাঠান’ত শ্বাহৰুখ খানৰ ছিক্স পেক এব্ছ দেখি মালাইকা অৰোৰাৰ ৰিয়েকচন

শ্বাহৰুখ খান সম্প্ৰতি চৰ্চাত আছে। এছ আৰ কে প্লাছৰ লগতে পাঠানৰ টিজাৰৰ বাবে চৰ্চাত থকা শ্বাহৰুখ খান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে তেওঁ নিজৰ এখন ফটো শ্বেয়াৰ কৰি, য’ত তেওঁক ছিক্স-পেক এবছৰ সৈতে দেখা গৈছিল। এই ফটোখনে ভাল পৰিমাণৰ লাইকৰ লগতে অনুৰাগীসকলৰ পৰা বহুতো মন্তব্য আহিছিল। এতিয়া মালাইকা অৰোৰায়ো (Malaika

‘বিজেপিৰ দিনত ৰাজ্যত চলিছে মুক্তহত্যা’: অখিল গগৈ

‘বিজেপিৰ দিনত ৰাজ্যত চলিছে মুক্তহত্যা’: অখিল গগৈ

বিধানসভাৰ অধ্যক্ষৰ নিৰপেক্ষতাক লৈ সন্দেহৰ সৃষ্টি হৈছে। মই বক্তব্য দিলে বহাই দিয়ে, কিন্তু চৰকাৰী পক্ষৰ বিধায়কে আমাক মুকলিকৈ ভাবুকি দিয়ে। বিৰোধী পক্ষকহে হস্তক্ষেপ কৰি থাকে অধ্যক্ষই।’- বিধানসভাৰ অধ্যক্ষৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ ৰাইজৰ দলৰ নেতা অখিল গগৈৰ। আনহাতে ৰাজ্যসভাৰ নিৰ্বাচনত বিধায়ক ক্ৰচ ভোটিং কৰিলেও বিধায়ক পদ খাৰিজ নহয় বুলি অধ্যক্ষই

গুৱাহাটীত চেঞ্চুৰী সম্পূৰ্ণ কৰাৰ দিশে পেট্ৰ’ল ! ৰাজ্যত প্ৰতিদিনেই বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য

গুৱাহাটীত চেঞ্চুৰী সম্পূৰ্ণ কৰাৰ দিশে পেট্ৰ’ল ! ৰাজ্যত প্ৰতিদিনেই বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য

সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ। পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। আজি পুনৰ বৃদ্ধি পোৱাৰ লগে লগে ৮ দিনত ৭ বাৰকৈ বাঢ়িল পেট্ৰ’ল-ডিজেলৰ দাম। প্ৰতিদিনে বৃদ্ধি পাবলৈ লৈছে পেট্ৰ’ল-ডিজেলৰ মূল্য। আজি গুৱাহাটীত (Petrol Diesel Price) পেট্ৰ’লৰ দাম ৯৯.৮৯ টকা আৰু ডিজেলৰ দাম ৮৫.৯০ টকা। আজি পেট্ৰ’লৰ দাম ৮৯ পইচা বৃদ্ধি পোৱাৰ

বি টি আৰৰ কচুগাঁও সমষ্টিত বি পি এফ ,কংগ্ৰেছ ,ইউ ডি এফ ত্যাগ কৰি চাৰি শতাধিক লোকৰ UPPLত যোগদান

বি টি আৰৰ কচুগাঁও সমষ্টিত বি পি এফ ,কংগ্ৰেছ ,ইউ ডি এফ ত্যাগ কৰি চাৰি শতাধিক লোকৰ UPPLত যোগদান

কচুগাঁও সমষ্টিৰ তুলসীবিল ভি চি ডি চিৰ সভাপতি ছফিৰুল ইছলামৰ নেতৃত্বত টেংৰাৰভিটা মাদ্ৰাছা প্ৰাংগণত অনুষ্ঠিত হোৱা যোগদান সভাত অংশ গ্ৰহণ কৰি ই এম উকীল মুছাহাৰীয়ে আৰু কয় যে বি পি এফ দলে বি টি চিত শাসন চলাই দূৰ্নীতি হে কৰিলে ৷বি টি আৰত মিত্ৰজোঁটৰ শাসনত পৰিৱৰ্তনৰ জোৱাৰ অহা আৰম্ভ হৈছে

দহ দিন ধৰি নিখোজ ধেমাজিৰ চৌখাম গাঁৱৰ বোৱাৰী !

দহ দিন ধৰি নিখোজ ধেমাজিৰ চৌখাম গাঁৱৰ বোৱাৰী !

ধেমাজি চৌখাম গাঁৱৰ এগৰাকী বোৱাৰী বিগত দহ দিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । বোৱাৰী গৰাকী হৈছে চৌখাম গাঁৱৰ অমৃত বৰা নামৰ লোকজনৰ পত্নী তৰা মিলি বৰা । দৈনিক কাম কৰি পৰিয়াল চলোৱা অমৃত বৰাই আন দিনাৰ দৰে যোৱা ২০ মাৰ্চৰ পুৱাই কামলৈ ওলাই যায় ।