টুইটাৰৰ পাছত মাস্কে এইবাৰ কিনিব কোকা-কোলা !

টুইটাৰৰ পাছত মাস্কে এইবাৰ কিনিব কোকা-কোলা !

টুইটাৰ কিনি বিশ্বজুৰি আলোড়ন সৃষ্টি কৰা ধনকুবেৰ এলন মাস্কে এইবাৰ আন এক ঘোষণা কৰিলে। তেওঁৰ এইবাৰৰ লক্ষ্য কোকা কোলা কোম্পানী। মাস্কে ধেমালিৰে টুইটাৰত লিখিলে কোকা কোলা কোম্পানী ক্ৰয় কৰি ১০০ বছৰ আগৰ ফর্মূলা অনুযায়ীহে কোকা কোলা তৈয়াৰ কৰিব তেওঁ। তাতে কোকেইন মিহলাব। কোকা কোলাত এসময়ত সঁচাকৈয়ে কোকেইন মিহলোৱা হৈছিল।

 

Shahnawaz Hamza