নিজৰ প্ৰতিভাৰ বলত ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ ২০২২ ত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে চিচিবৰগাঁৱৰ চৌখামটিং গাঁৱৰ ত্ৰিবেণী ৰাইদঙীয়া ভূঞা নামৰ বোৱাৰীগৰাকীয়ে।৫৬ ছেন্টিমিটাৰ ব্যাসাৰ্ধৰ এখন বাঁহৰ ডলাত ১১০ গৰাকী স্বাধীনতা সংগ্ৰামীৰ প্ৰতিচ্ছবি অংকন কৰি ত্ৰিবেণীয়ে লাভ কৰিবলৈ সক্ষম হৈছে এই বিৰল সন্মান ।এক্ৰাইলিক কালাৰৰ দ্বাৰা ৪ ছেন্টিমিটাৰ প্ৰতিখন ফটোৰ
Category: Assamese News
ৰূপহীহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিপু কলিতাৰ নেতৃত্বত চলিছিল এই অভিযান।এক গোপন সূত্ৰৰ পমখেদি ৰূপহীহাটৰ গুনাবাৰীত আৰক্ষীয়ে অভিযান চলাই এই অভিযান ৷ আৰক্ষীৰ এই অভিযানত ১৭ টাকৈ হিৰ’ইন ভৰ্তি কন্টেইনাৰসহ আটক কৰে ড্ৰাগছ ব্যৱসায়ী বাহাৰুল ইছলামক। দীৰ্ঘদিন ধৰি ৰূপহীহাটৰ গুনাবাৰীত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল ড্ৰগছ পেডেলাৰ বাহাৰুল ইছলাম, দিলদাৰ
শ্ৰীৰামপুৰ হৈ বহি : ৰাজ্যলৈ সৰবৰাহ হৈছে মূল্যবান চোৰাং চেগুন কাঠ।শিমলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় ৰায়ৰ নেতৃত্বত অসম আৰক্ষী আৰু চিআৰপিএফৰ অভিযান চলাই গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত এখন ট্ৰাক জব্দ কৰে। ৩১ নম্বৰ(গ) ৰাষ্ট্ৰীয় পথেৰে গুৱাহাটীৰ পৰা কলিকতা লৈ গৈ থকা ১৪ চকীয়া ট্ৰাকখন আটক কৰি তালাচী কৰাৰ পিছত ৰহস্য
তপন ৰাজবংশী: আমতোলাত চিপ লৈ আত্মহনন এজন পৰীক্ষাৰ্থীৰ।পৰীক্ষাৰ দিনাই চিপ লৈ আত্মহননৰ পথ বাচি লয় ছাত্ৰ জনে। নিজ গৃহৰ চৌহদৰ আম গছ এজোপাত চিপ লয় ছাত্র জনে। ছাত্ৰজনৰ নাম পৱন ৰায়। নিশা পৰিয়ালৰ লোকে ছাত্র জনক শুৱা কোঠাত নেদেখি হুৱা দুৱা লাগে। বিচাৰ খোচাৰ কৰাৰ পিছত চিপ লোৱা অৱস্থাত উদ্ধাৰ
নাৰী অবিহনে সকলো আধৰুৱা। বিভিন্ন সময়ত বিভিন্ন ভূমিকা পালন কৰি আহিছে এগৰাকী নাৰীয়ে। কেতিয়াবা পত্নী,ভগ্নী,আৰু কেতিয়াবা মাতৃ। নাৰী শব্দটো নিচেই সৰু,কিন্তু যোগ বিয়োগ সকলো ব্যৰ্থ এই শব্দটোৰ পৰিধি উলিওৱাত। আজি নাৰী দিৱসৰ লগত সংগতি ৰাখি জনপ্ৰিয় অভিনেত্ৰী ্প্ৰস্তুতি পৰাশৰে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এটা পোষ্ট। প্ৰস্তুতিয়ে লিখিছে-”নাৰী- ত্যাগ, দয়া, সাহসৰ প্ৰতিমূৰ্তি। মমতাৰ