দীৰ্ঘদিন ধৰি ৰাজ্যত বাহৰ পাতি থকা দুধৰ্ষ মাওবাদী কেদাৰ অৰুণ কুমাৰ ভট্টাচাৰ্য্য ওৰফে কাঞ্চন দা ওৰফে জ্যোতিষ ওৰফে কনক(৭২) অসম শেহতীয়াকৈ আৰক্ষীৰ জালত পৰে। আৰক্ষীৰ এক বিশেষ সূত্ৰৰ পৰা পোৱা তথ্য মতে, ধৃত দুধৰ্ষ কেদাৰ মাওবাদীৰ কেন্দ্ৰীয় কমিটিৰ সদস্য অৰুণ কুমাৰ ভট্টাচাৰ্য্যই ২০১৯ চনৰ পৰা বৰাক উপত্যকাত বাহৰ পাতি অসমত
Category: Assamese News
দেওবাৰে পুৱা ভাৰত বনাম পাকিস্তানৰ মাজত ক্ৰিকেট মেচ। ভাৰতে আজিলৈকে বিশ্বকাপৰ ৫০ অভাৰৰ ফৰ্মেটত পাকিস্তানৰ হাতত পৰাস্ত হোৱা নাই। সেয়া মহিলা ক্ৰিকেটেই হওক বা পুৰুষেই হওক। দেওবাৰে মহিলা বিশ্বকাপ প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰি মিতালী ৰাজ এণ্ড কোম্পানীয়ে বেটিং আৰু বলিং দুয়োটা বিভাগতে আধিপত্য বজাই ৰাখিবলৈ সক্ষম হৈছে। পাকিস্তানৰ বিৰুদ্ধে প্ৰথমখন
সহকৰ্মীৰ সৈতে কাজিয়া, আৰু তাৰ পিছত মাৰণাস্ত্ৰেৰ ধাৰাসাৰ গুলীবৰ্ষণ। এই ঘটনা সংঘটিত হ’ল অমৃতসৰত। সহকৰ্মীৰ গুলীত মৃত্যু হ’ল ৫জন বি এছ এফ জোৱানৰ। দেওবাৰে পুৱা এই ঘটনা সংঘটিত হয় পঞ্জাবৰ অমতসৰৰ খাসা গাঁৱত। জানিব পৰা মতে, এই ঘটনাত আহত হৈছে আন কেইবাজনো জোৱান। আক্ৰমণকাৰী বিএছএফ জোৱানজনৰো মৃত্যু হৈছে। খাসাৰ বিএছএফ
আপুনি চলমান খানৰ (Salman Khan) নতুন ছবি ‘টাইগাৰ ৩’ৰ (Tiger 3) মুক্তিৰ তাৰিখৰ বাবে অপেক্ষা কৰি আছিলনে? গতিকে এই খবৰটোৱে আপোনাৰ মুখত হাঁহি আনিব পাৰে। যশ ৰাজ ফিল্মছে (Yash Raj Films) চলমান খান আৰু কেটৰিনা কাইফৰ (Katrina Kaif) চলচ্চিত্ৰ টাইগাৰ ৩ ৰ টিজাৰ মুকলি কৰিছে। চলমান খান আৰু কেটৰিনা কাইফৰ দীঘলীয়া অপেক্ষাৰ সৈতে
ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধি হৈছে। ইমানৰ পিছতো পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে চাৰিমাহ ধৰি ভাৰতীয় বজাৰত পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধি হোৱা নাই। ICICI চিকিউৰিটিজে এক প্ৰতিবেদনত কৈছে যে, যোৱা দুমাহত বিশ্বজুৰি খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ ফলত চৰকাৰৰ মালিকানাধীন খুচুৰা তেল কোম্পানীবোৰ বৃহৎ লোকচানৰ সন্মুখীন হৈছে। ঘৰুৱা