‘বিহু’ বিষয়টোক পাঠ্যক্ৰমৰ পৰা শিক্ষা সংসদে কৰ্তন কৰিবলৈ লোৱাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে আজি শিৱসাগৰ আৱৰ্ত ভৱনত এই সন্দৰ্ভত মুখ খুলিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । বিহু
Category: Assamese News
অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগ (Riyan Parag)ক কিনিলে ৰাজস্থান ৰয়েলছে। ৩.৮ কোটি টকাত ৰাজস্থান ৰয়েলছে কিনিলে ৰিয়ান ৰিয়ানৰ বাবে ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটানছৰ মাজত হৈছিল টনাটনি। অসমৰ পৰা IPLত অংশ লোৱা একমাত্ৰ
ৰাজ্যৰ পৌৰ নিৰ্বাচনৰ দিন ঘোষণা।ৰাজ্যিক নিৰ্বাচনী আয়োগে সংবাদমেলৰ যোগে ঘোষণা কৰে নিৰ্বাচনৰ দিন।অহা ৬মাৰ্চত অনুষ্ঠিত হ’ব লগা নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হ’ব ৯মাৰ্চত।উল্লেখ্য যে ,প্ৰথমবাৰৰ বাবে ইলেক্ট্ৰনিক ভোটিং মেচিনত চমুকৈ
উজনি অসমৰ বহু যুৱক-যুৱতী শেহতীয়াকৈ বিদ্ৰোহী সংগঠনৰ আলফা স্বাধীনৰ প্ৰতি আকৰ্ষিত হোৱা দেখা গৈছে । ইতিমধ্যে বিভিন্ন জিলাৰ যুৱক-যুৱতীয়ে আলফা স্বাধীনত যোগদান দিছে । পুনৰ তিনিচুকীয়াৰ পৰা চাৰিজন যুৱক আলফা
বিগত ২২ জানুৱাৰীত নগাঁও আৰক্ষীৰ গুলীত আহত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা হোৱাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছাত্ৰ নেতাজনৰ পৰিয়ালৰ