Category: Assamese News

সৰুক্ষেত্ৰীত জুৱাৰ আড্ডা,সৰ্থেবাৰীত যোৱা নিশা জুৱাৰ ঘাটিত চলিল আৰক্ষীৰ অভিযান

সৰুক্ষেত্ৰীত জুৱাৰ আড্ডা,সৰ্থেবাৰীত যোৱা নিশা জুৱাৰ ঘাটিত চলিল আৰক্ষীৰ অভিযান

সৰুক্ষেত্ৰীত জুৱাৰ আড্ডা। সৰ্থেবাৰীত যোৱা নিশা জুৱাৰ ঘাটিত চলিল আৰক্ষীৰ অভিযান। এই অভিযানত উচ্ছেদ কৰা হল জুৱাৰ ঘাটি।সৰ্থেবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৌৰাঙ্গ দেব আৰু উপ পৰিদৰ্শক দ্বিপুল শৰ্মাৰ নেতৃত্বত নিশা চলিছিল অভিযান ।পাকা মৌজাৰ ৰামপুৰ সভা মহোৎসৱৰ কাষতে চলি আছিল জুৱাৰ আড্ডা।বালাপাৰা আৰক্ষী চকীৰ অধীনত সভা পূজা আদিৰ নামত

খাজৰানা গণেশ মন্দিৰত পূজা কৰিলে চাৰা আলী খানে , একেলগে দেখা গ’ল মাতৃ অমৃতা সিঙকো !

খাজৰানা গণেশ মন্দিৰত পূজা কৰিলে চাৰা আলী খানে , একেলগে দেখা গ’ল মাতৃ অমৃতা সিঙকো !

চাৰা আলী খানে (Sara Ali Khan) ইন্দোৰৰ আটাইতকৈ বিখ্যাত খাজৰানা গণেশ মন্দিৰত পূজা কৰিছিল। ইফালে, তেওঁৰ মাকক তেওঁৰ সৈতে দেখা গৈছিল। ছাৰাই তেওঁৰ ইনষ্টা ষ্টৰীত খাজৰানা মন্দিৰৰ কিছুমান ফটো শ্বেয়াৰ কৰিছে, যি সোনকালেই ছ’চিয়েল মিডিয়াত ভাইৰেল হ’বলৈ আৰম্ভ কৰিছে।  

কলেজৰ পৰা গৃহাভিমুখী দৰং মহাবিদ্যালয়ৰ ছাত্রীক অপহৰণ

কলেজৰ পৰা গৃহাভিমুখী দৰং মহাবিদ্যালয়ৰ ছাত্রীক অপহৰণ

 তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰী হঠাতে নোহোৱা হ’ল ৷ ঘটনা অনুসৰি, বৃহস্পতিবাৰে দৰং মহাবিদ্যালয়ৰ বাণিজ্য শাখাৰ একাদশ শ্ৰেণীৰ ছাত্ৰী পৰিস্মীতা ঘৰৰ পৰা ওলাই গৈছিল ক্লাছলৈ বুলি ৷ ক্লাছৰ শেষত প্ৰায় একমান বজাত মাকক ফোন কৰি ঘৰলৈ গৈ থকাৰ কথাও জানিবলৈ দিয়ে তাই ৷ পিছে, ঘৰলৈ যাম বুলি ক’লেও

হাজাৰ হাজাৰ প্ৰেমৰ গীত গোৱা লতাৰ জীৱনত আছিলনে প্ৰেম? কাৰ বাবে চিৰকুমাৰী হৈ ৰ’ল লতা?

হাজাৰ হাজাৰ প্ৰেমৰ গীত গোৱা লতাৰ জীৱনত আছিলনে প্ৰেম? কাৰ বাবে চিৰকুমাৰী হৈ ৰ’ল লতা?

লতা মংগেশকাৰ। ভাৰতৰ জীৱন্ত কিংবদন্তি এইগৰাকী শিল্পী। শিশুৰ পৰা বৃদ্ধলৈকে ঘৰে ঘৰে জনপ্ৰিয় এটি নাম লতা মংগেশকাৰ। ৬ দশক ধৰি নিজৰ কণ্ঠেৰে জনসাধাৰণক মোহাচ্ছন্ন কৰি ৰখা এইগৰাকী বিখ্যাত গায়িকা লতা মংগেশকাৰৰ কেৱল দেশতে নহয় বিদেশতো লাখ লাখ অনুৰাগী আছে। ১৯২৯ চনৰ ২৮ ছেপ্তেম্বৰত মধ্য প্ৰদেশৰ ইন্দোৰত এটা মাৰাঠী পৰিয়ালত জন্মগ্ৰহণ

গুৱাহাটীৰ আগশাৰীৰ শিক্ষানুষ্ঠানৰ ৩০ গৰাকী শিক্ষক-শিক্ষয়ত্ৰী ক’ভিড পজিটিভ, অনিৰ্দিষ্ট কাললৈ বিদ্যালয় বন্ধ

গুৱাহাটীৰ আগশাৰীৰ শিক্ষানুষ্ঠানৰ ৩০ গৰাকী শিক্ষক-শিক্ষয়ত্ৰী ক’ভিড পজিটিভ, অনিৰ্দিষ্ট কাললৈ বিদ্যালয় বন্ধ

গুৱাহাটীৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান গুৰুকুল গ্ৰামাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ক’ভিডৰ (Covid19) ভয়ানক সংক্ৰমণ। ৩০ গৰাকী শিক্ষক-কৰ্মচাৰী আক্ৰান্ত হৈছে শিক্ষানুষ্ঠানত । ১৪৪ গৰাকী শিক্ষক-কৰ্মচাৰীৰ ক’ভিড পৰীক্ষাৰ অন্তত ৩০ জনৰ দেহত ধৰা পৰিল ক’ভিডৰ অৱস্থিতি। ইয়াৰে ২২ জন শিক্ষক আৰু ৮ গৰাকী বিদ্যালয়খনৰ কৰ্মচাৰী ক’ভিডত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। প্ৰায় ৩-৪