আব্দুল লতিফ সোণালী বান্দৰৰ ৰম্যভুমি কাকৈজানা অভয়াৰণ্যৰ নাতিদূৰৈত কাকৈজানা শিৱ মন্দিৰৰ সন্মুখত আজি ৰাতিপুৱা আনুমানিক ১১ঃ২৫ বজাত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় । যাৰ ফলত কৰুণ মৃত্যুক সাবতি লবলগীয়া হয় বিশ্ব বিৰল দুষ্প্ৰাপ্য সোনালী বান্দৰ । উল্লেখযোগ্য যে গুৱাহাটীৰ পৰা বৰপেটা হৈ ধুবুৰী সংযোগী ১১৭ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱা
Category: Assamese News
ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত বর্তমানলৈকে ৮৯,৭৯৬টা পদ খালী হৈ আছে৷ সোমবাৰে সদনত বিধায়ক চিৰাজুদ্দিন আজমলৰ এক লিখিত প্রশ্ণৰ (নং ৪৮) উত্তৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সেই তথ্য সদৰী কৰে৷ সদনত মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা অনুসৰি বর্তমানলৈকে বিভিন্ন বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি বিভাগ অনুযায়ী থকা খালী পদৰ সংখ্যা
আব্দুল লতিফৰ প্ৰতিবেদন: বঙাইগাঁও জিলাৰ মাজেৰে যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথটো এতিয়া চাৰিলেনযুক্ত পথলৈ উন্নীত হৈছে । নিৰ্মাণকাৰ্য চলি থকাৰ সময়তে ৰাখালডুবিৰ পৰা যোগীঘোপালৈ পথচোৱাত বহু পৰিয়ালৰ ম্যাদী পট্টাৰ মাটি, ঘৰ, মূল্যবান গছ-গছনি আদিৰ ক্ষতিপূৰণ নোপোৱাৰ বাবে ৰাজপথলৈ ওলাই আহিছে ৰাইজ তথা স্থানীয় দল সংগঠন ৷ ৰাইজৰ অভিযোগ ৭০% কাম
পুনৰ সংস্থাপন নিদিয়াকৈ উচ্ছেদ বন্ধ কৰাৰ লগতে উচ্ছেদীত পৰিয়ালক পুনৰ সংস্থাপন দিয়াৰ দাবীত আজি পুনৰ গোসাইগাওঁত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে ৷ গোসাইগাওঁ মহকুমাৰ সাপকাটাত আমছুৰ সাপকাটা আঞ্চলিক সমিতিৰ সহযোগত পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আয়োজিত গনণ বিক্ষোভ কাৰ্যসুচীত আমছুৰ কৰ্মী তথা সংখ্যালঘু ৰাইজে
পুনৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী মেধাৱী ছাত্ৰীয়ে। ইছৰোৰ বিজ্ঞানী হিচাপে স্বীকৃতি লাভ কৰিলে এগৰাকী অসম কন্যাই। নগাঁৱৰ জুৰিয়া মাহেৰীপাৰ গাৱৰ নাজনীন ইয়াছমিনে কঢ়িয়াই আনিছে এই স্বীকৃতি। নগাওঁজিলাৰ জুৰিয়া কদমনি টাউন হাইস্কুলৰ শিক্ষক দম্পতী আবুল কালাম আজাদ আৰু মঞ্জিলা বেগমৰ কন্যা নাজনীন ইয়াছমিন। নাজনীনৰ এই সফলতাত গৌৰৱাম্বিত পিতৃ-মাতৃ, পৰিয়ালৰ লগতে