নাগালেণ্ডৰ মন জিলাৰ অ’টিঙত সেনাবাহিনীয়ে নিৰীহ খিলঞ্জীয়া জনসাধাৰণক বর্বৰভাৱে হত্যা কৰাৰ প্রতিবাদত আৰু উত্তৰ–পূর্বাঞ্চলৰ পৰা সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন (আফ্ছপা) বাতিল কৰাৰ দাবীত উত্তৰ–পূর্বাঞ্চল ছাত্র সংগঠন (নেছ’)–এ ৯ ডিচেম্বৰত উত্তৰ–পূর্বাঞ্চলজুৰি আন্দোলনৰ কার্যসূচী গ্রহণ কৰিছে৷ উত্তৰ–পূর্বাঞ্চলৰ সাতোখন ৰাজ্যৰ ৰাজধানীত এই আন্দোলনৰ কার্যসূচীৰে প্রতিবাদ সাব্যস্ত কৰা হ’ব৷ নেছ’ৰ অংশীদাৰ খাচি ছাত্র
Category: Assamese News
বিশ্বৰ লগতে দেশত ক’ভিডৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰণে(new COVID-19 Variant Omicron) পুনৰ আতংক সৃষ্টি কৰিছে ৷ পুনৰ আতংক সৃষ্টি কৰা অ’মিক্ৰণকৰ বিৰুদ্ধে যুঁজ দিবলৈ সম্পূৰ্ণৰূপে সাজু থকাৰ(GMCH fully ready to fight Omicron) কথা সদৰী কৰিছে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ অধীক্ষক অভিজিৎ শৰ্মাই । গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ৰ লগতে সৰুসজাই ক’ভিড হাস্পতালখলনো অ’মিক্ৰণক
বৰপেটাৰ এগৰাকী শিশু অধিকাৰ কৰ্মীৰ অভিযোগৰ ভিত্তিত সোমবাৰে আৰক্ষীয়ে বাল্যবিবাহৰ সৈতে জড়িত থকাৰ অভিযোগত এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ আটকাধীন লোকজন বৰসুহা গাঁৱৰ চফিক মিঞা বুলি জানিব পৰা হৈছে ৷ বৰপেটাৰ শিশু অধিকাৰ কৰ্মী ৰফিকুল ইছলামে চফিক মিঞাই এগৰাকী কিশোৰীক ধৰ্ষণ আৰু গৰ্ভৱতী কৰাৰ পিচত বিবাহ
দুসপ্তাহ পূৰ্বে যেতিয়া অসম ৰাইফলছৰ জোৱান শ্বহীদ খাতনাই ক’ন্যাকৰ গৌৰৱান্বিত বৃদ্ধ পিতৃয়ে নিজ পুত্ৰৰ শেষকৃত্যৰ সময়ত আৱেগিক ভাষণ প্ৰদান কৰি তেওঁলোকৰ জনজাতীয় লোকসকলক ভাৰতক সমৰ্থন কৰি সীমান্তৰ তত্বাৱধান কৰি থাকিবলৈ আহ্বান জনাইছিল, তেতিয়া নিৰাপত্তা বাহিনীৰ প্ৰতি নগাসকলৰ অনুভূতিয়ে এক প্ৰকাৰৰ ইউ টাৰ্ণ লৈছিল ৷ চলিত বৰ্ষৰে 13 নৱেম্বৰত ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এন ডি এফ বিৰ প্ৰাক্তন কেডাৰসকললৈ পুনৰ্সংস্থাপন পেকেজৰ অধীনত আজি এন ডি এফ বিৰ হিংসা ত্যাগ কৰাৰ পাছত মুখ্য শাখালৈ ঘূৰি অহা বিভিন্ন গোটৰ ১৬৬৯জন প্ৰাক্তন কেডাৰক ৪ লাখ টকাৰ ফিক্সড ডিপজিট প্ৰমাণ পত্ৰ প্ৰদান কৰে। আজি কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্রকল্পত আয়োজিত কাৰ্যসূচীত এন ডি