প্ৰমোদ বড়ো বিটিআৰৰ চীফ হোৱাৰ যোগ্যতা নাই, প্ৰমোদ বড়ো এবছুৰ সভাপতি হিচাপে ঠিকে আছিল কিন্তু বিটিআৰ চলোৱাৰ যোগ্যতা নাই । বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ বিৰুদ্ধে এই বিস্ফোৰক মন্তব্য বিপিএফৰ
Category: Assamese News
যান–বাহন আইন উলংঘাৰে মহানগৰীৰ ৰাজপথত একাংশ চালকে মইমতালি অব্যাহত ৰাখিছে৷ ট্রাকচালকৰ দৌৰাত্ম্যৰ বাবেই যোৱানিশা লখৰাৰ সৰুসজাই ষ্টেডিয়ামৰ সন্মুখত সংঘটিত হ’ল এক ভয়াৱহ পথ দুর্ঘটনা৷ খানাপাৰাৰ পৰা জালুকবাৰী অভিমুখী এ এছ–০২
আজি চুকাফা দিৱস। আহোম ৰাজতন্ত্ৰৰ প্ৰতিষ্ঠাতা তথা বৰ অসমৰ ভেটি গঢ়োঁতা চাওলুং চুকাফাৰ স্মৃতিত আজি ৰাজ্যজুৰি পালন কৰা হয় চুকাফা দিৱস। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীস্থিত অসম হাউছত
যোৰহাটত শিহৰণকাৰী ঘটনা। দিন দুপৰতে দুৰ্বৃত্তই মৰিয়াই মৰিয়াই হত্যা কৰিলে আছু নেতা অনিমেষ ভূঞাক। গণপ্ৰহাৰত মৃত্যু আছুৰ গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক সমিতিৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাৰ। এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ
প্ৰবক্তাই ছাত্ৰীলৈ অশ্লীল মেছেজ দিয়াৰ কাৰ্যক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে বোকাখাতৰ চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়(Chandra Nath Bezbaruah College)ত ৷ এগৰাকী প্ৰবক্তাই ছাত্ৰীলৈ অশ্লীল মেছেজ দিয়া বুলি অভিযোগ উত্থাপন হোৱাৰ পাছতে সোমবাৰে