দলিত সম্প্রদায়ৰ যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা এগৰাকী যুৱতীক মধ্যপ্রদেশত অর্ধনগ্ণ কৰি নর্মদা নদীত স্নান কৰাই শুদ্ধিকৰণ চলোৱা ঘটনাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ দলিত সম্প্রদায়ৰ যুৱকজনৰ সৈতে বিয়াত বহাৰ বাবেই এই লাঞ্ছনা সহ্য কৰিবলগীয়া হয় যুৱতীগৰাকীয়ে৷ শুদ্ধিকৰণৰ নামত অসংখ্য লোকৰ উপস্থিতিত এনেদৰে অর্ধনগ্ণ অৱস্থাত যুৱতীগৰাকীৰ শুদ্ধিকৰণ কৰা ঘটনাক লৈ
Category: Assamese News
আৰ্থিক অনাটনে যে কোনো প্ৰতিভাৰ হেঙাৰ হ’ব নোৱাৰে এই কথা পুনৰবাৰ প্ৰমাণ হ’ল জুৰীয়াৰ আলিটাঙনীৰ এগৰাকী যুৱকৰ ক্ষেত্ৰত। নগাঁও জিলাৰ এক ভিতৰুৱা অঞ্চল আলিটাঙনীৰ ক্ষুদ্ৰ ব্যৱসায়ী তথা উদীয়মান খেলুৱৈ আজমল কবিৰে ৩১ অক্টোবৰত নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত চাউথ এছিয়ান গেইমছত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল। উক্ত খেলত ভাৰতীয় দলে সোণৰ পদক লাভ
সুদূৰ আফগানিস্তানৰ পৰা এইবাৰ বিশ্বনাথ পালেহি ‘তালিবানী ড্রেছ কোড’৷ যুৱতীৰ জীনছ পেণ্টক লৈ এইবাৰ সংবাদ শীর্ষলৈ আহিছে বিশ্বনাথ৷ কেৱল জীনছ পেণ্ট পৰিধান কৰা বাবেই আফগানিস্তানৰ তালিবানীৰ দৰে কঠোৰ নির্যাতনৰ সন্মুখীন হয় বিশ্বনাথৰ এগৰাকী ইছলামধর্মী যুৱতী৷ কার্যতঃ যুৱতীগৰাকীয়ে জীনছ পেণ্ট পৰিধান কৰা বাবেই এজন ব্যক্তিয়ে ঘৰৰ পৰা গঁতিয়াই বাহিৰ কৰি দিয়া
ডুমডুমাৰ দৈদাম চাহ বাগিচাৰ চাহ শ্ৰমিকে শনিবাৰে ন্যায্য প্ৰাপ্তিৰ দাবীত বাগিচাখনৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৱাৰেন টি লিমিটেডৰ ডুমডুমাৰ দৈদাম চাহ বাগিচাৰ চাহ শ্ৰমিকে ন্যায্য প্ৰাপ্যৰ দাবী জনাই আহিছে যদিও বৰ বৰ শ্ৰমিক নেতাৰ মধ্যস্থতাত অনুষ্ঠিত আলোচনাকো বুঢ়া আঙুলি দেখুৱাই বাগিচা কৰ্তৃপক্ষই বাগিচাখনৰ চাহ শ্ৰমিকক ন্যায্য
ডিব্ৰুগড়ত দলবদ্ধ ধৰ্ষণকাণ্ড সংঘটিত কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত ডিব্ৰুগড়ত শিক্ষাৰ্থী-ৰাইজৰ প্ৰতিবাদ । কলেজলৈ যোৱাৰ পথত লেজাই দেৱানবাৰীৰ এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰাৰ পিছতে ব্লেকমেইল কৰাৰ লগতে ভাইৰেল কৰিছিল ছাত্ৰী গৰাকীৰ উলংগ ফটো । কিছুদিনৰ পূৰ্বে এজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও আন দুই অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়া অভিযোগ তুলিছে একাংশ লোকে