Category: Assamese News

অসমত প্ৰথমবাৰৰ বাবে গঁড়ৰ খৰ্গ দাহৰ প্ৰস্তুতি

অসমত প্ৰথমবাৰৰ বাবে গঁড়ৰ খৰ্গ দাহৰ প্ৰস্তুতি

কাজিৰঙাত গঁড়ৰ খৰ্গ দাহনৰ প্ৰস্তুতি। ২২ চেপ্তেম্বৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ  উপস্থিতিত 2479 টা খৰ্গ দহন কৰিব। অসমৰ বিভিন্ন কোষাগাৰৰ লগতে মৰিগাঁও জিলা কোষাগাৰত জব্দ হৈ থকা  ৫৩ টা কৈ গড়ৰ খৰ্গ নিৰাপত্তা বেষ্টনীৰ মাজত নগাঁও আৰু পিছত কহঁৰালৈ নিয়াৰ ব্যৱস্থা কৰে।

অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা মহিলা প্ৰকোষ্ঠ সমিতিৰ উদ্যোগত তীজ উৎসৱ পালন

অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা মহিলা প্ৰকোষ্ঠ সমিতিৰ উদ্যোগত তীজ উৎসৱ পালন

গোৰ্খা মহিলা সকলে পালন কৰি অহা “তীজ” উৎসৱ বৰ্তমান অসমৰ চুকে কোনে পালন কৰিথকা হৈছে যদিও মুলত এই উৎসৱ ভাদ্ৰ শুক্ল পক্ষৰ প্ৰতিপদা তিথিৰ দিনা বিয়া দিয়া বাই-ভনী সকলক মা-দেউতা, দাদা-ভাইয়ে মাকৰ ঘৰলৈ মাতি বিভিন্ন খাদ্য খুওৱায়ে।তাৰ পিছদিনা তৃত্বীয়া তিথিত বাই-ভনী সকলে মুখত পানীও নিদি দিনযোৰা ব্ৰতেৰে ভগৱান শিৱৰ পুজা

AJYCP ৰ উদ্যোগত NHPC ৰ বিৰুদ্ধে সৰ্বাত্মক প্ৰতিবাদ

AJYCP ৰ উদ্যোগত NHPC ৰ বিৰুদ্ধে সৰ্বাত্মক প্ৰতিবাদ

মঙলবাৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত সৰ্বাত্মক অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে । মঙলবাৰে ৰূপায়ন কৰা এই কাৰ্যসূচীত লখিমপুৰ-ধেমাজি জিলাৰ মধ্যস্থল গোগামুখৰ গেৰুকামুখ পথত NHPC বিৰুদ্ধে সৰ্বাত্মক অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ-পৰিষদৰ সদস্য সকলে ৷ অসম জাতীয়

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে গোগামুখত AJYCP ৰ প্ৰতিবাদ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে গোগামুখত AJYCP ৰ প্ৰতিবাদ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে গোগামুখৰ গেৰুকামুখ পথত সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন ৷ ধেমাজি, লখিমপুৰ আৰু মাজুলীবাসী ৰাইজৰ জীৱন সম্পত্তি নিৰাপত্তা সুনিশ্চিত নোহোৱা পৰ্যন্ত কোনো পধ্যেই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম চলিবলৈ দিয়া নহ’ব বুলি স্পষ্ট ঘোষণা কৰিছে AJYCP য়ে ৷ তিনিখনকৈ জিলাৰ বাবে ভাবুকি

NSCN(IM)ৰ সৈতে আলোচনাত বহিল হিমন্ত বিশ্ব শৰ্মা

NSCN(IM)ৰ সৈতে আলোচনাত বহিল হিমন্ত বিশ্ব শৰ্মা

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মঙলবাৰে বিয়লি নাগালেণ্ডৰ ডিমাপুৰত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিৱ’ৰ উপস্থিতিত নগা চছিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ডৰ ইচাক মুইভা গোটৰ লগত এক বৈঠকত মিলিত হয় । মুখ্যমন্ত্ৰী শৰ্মাই তেওঁৰ টুইটাৰ যোগে উল্লেখ কৰে যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশ মতে উত্তৰ-পূৰ্বাঞ্চলৰ শান্তি