নামভর্তিক লৈ হাৰাশাস্তিৰ সন্মুখীন হ’ব নেকি শিক্ষার্থী? ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে মেট্রিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল বিকল্প মূল্যায়ন পদ্ধতিৰে ঘোষণা কৰা হৈছে৷ যাৰ ফলত ৰাজ্যত মেট্রিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত উত্তীর্ণৰ হাৰ বিগত বর্ষসমূহৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে৷ সেয়েহে আগন্তুক শিক্ষাবর্ষত একাদশ আৰু স্নাতক শাখাত নামভর্তিৰ ক্ষেত্রত
Category: Assamese News
কামৰূপৰ সমাজ কল্যাণ বিষয়াগৰাকীৰ বিৰূদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ বিশেষ টেট অনুষ্ঠিত কৰি প্ৰতিবন্ধী লোকক শিক্ষক পদত নিযুক্তিৰ দাবী প্ৰতিবন্ধী সুৰক্ষা সংস্হা অসমৰ ৰাজ্যত উচ্চতৰ মাধ্যমিক আৰু স্নাতক মহলাত নতুনকৈ হবলগীয়া নামভৰ্তিত প্ৰতিখন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ লগতে চিকিৎসা তথা কাৰিকৰী মহাবিদ্যালয় সমুহত প্ৰতিবন্ধী আইন ২০১৬ৰ ৩২নং দফা অনুসৰি ৫শতাংশ হাৰত আসন
কোৱা হয় যে প্ৰেমে কোনো বয়সৰ সীমা, প্ৰেম যিকোনো সময়তে হ’ব পাৰে। হাৰিয়ানাৰ পলৱল জিলাৰ হাথীন অঞ্চলত প্ৰেম বিবাহৰ এনে এক ঘটনা পোহৰলৈ আহিছে। এগৰাকী ৬৭ বছৰীয়া বয়োবৃদ্ধই ১৯ বছৰীয়া এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। দুয়ো পঞ্জাব আৰু হাৰিয়ানা হাইক’ৰ্টত উপস্থিত হৈ স্বামী–স্ত্ৰী বুলি পৰিচয় দি পৰিয়ালৰ পৰা জীৱনৰ
অসম শক্তি বিতৰন কোম্পানী চমুকৈ APDCL ৰ ৰঙিয়াৰ তিনিটাকৈ কাৰ্য্যালয়ৰ ৮ জনকৈ বিষয়া কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে । ৰাজ্যৰ কেইবাটাও কাৰ্য্যালয়ৰ লগতে ৰঙিয়াটো এইখকল কৰ্মচাৰীয়ে ভুৱা চিকিৎসা বিল জমা কৰি বিভাগটোৰ পৰা একোগৰাকী কৰ্মচাৰীয়ে ৪ লাখৰ পৰা ১১ লাখ টকালে আদায় কৰিছিল । বিষয়টো বিদ্যুত বিভাগৰ মূখ্য কাৰ্য্যালয়ৰ
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সোমবাৰে সংবাদ মাধ্যমত আগত কৈছিল যে, লাভলীনা বৰগোহাঁইৰ লগত মন্ত্ৰীৰ ফটো থকা বেনাৰবোৰ চৰকাৰে আঁতৰাই পেলাব লাগে, নহ’লে কংগ্ৰেছ দলে সেই বেনাৰসমূহ নিজা উদ্যোগত আঁতৰাই পেলাব । প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ এই মন্তব্যৰ প্ৰত্যুত্তৰত মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে, মুখ্যমন্ত্ৰীয়ে চাৰি দিনৰ পূৰ্বেই এই বিষয়ত স্পষ্ট