ক’ৰোনা মহামাৰী প্রতিৰোধৰ বাবে বলৱৎ লকডাউনৰ ফলত লক্ষজনৰ জীৱিকালৈ নামি আহিছে ঘোৰ সংকট৷ তাৰ মাজতে ইন্ধন আৰু অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিয়ে সর্বসাধাৰণৰ জীৱন দুর্বিষহ কৰি তুলিছে৷ এনে সংকটাপন্ন সময়তো কেন্দ্র আৰু ৰাজ্য চৰকাৰসমূহ নামি পৰিছে কৰ সংগ্রহৰ অঘোষিত প্রতিযেগিতাত৷ ফলত এটা মাহৰ ভিতৰতে পেট্র’ল–ডিজেলৰ মূল্য দেশৰ লগতে অসমত ১৮বাৰ পর্যন্ত বৃদ্ধি
Category: Assamese News
অসম চৰকাৰৰ সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ উদ্যোগত আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যখনৰ ১৫৭ সংখ্যালঘু সংগঠন–ব্যক্তিৰে এখন বৈঠকত মিলিত হ’ব৷ খানাপাৰাৰ অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত দিনৰ দুই বজাৰ পৰা বিয়লি চাৰি বজালৈ হ’বলগীয়া ‘আলাপ আৰু আলোচনা’ শীর্ষক বৈঠকখনত ধর্মীয় সংখ্যালঘুসকলৰ সবলীকৰণৰ বাবে বিভিন্ন ধর্মীয় সংখ্যালঘু সংগঠন, বুদ্ধিজীৱী আৰু
চলিত বর্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মূল্যায়নক লৈ চলি থকা বিতর্কৰ মাজতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শনিবাৰে সমগ্র বিষয়টো মানৱীয় দৃষ্টিকোণৰ পৰা চাবলৈ আহ্বান জনাইছে৷ নতুন দিল্লীৰ আছাম হাউছত এখন সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্রী ড০ শর্মাই ক’ভিড পৰিস্থিতিত উদ্ভৱ হোৱা এই সমস্যাক মানৱীয় তথা সামাজিক সমস্যা
আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ ২৫তম প্ৰতিষ্ঠা দিৱসটি তথা ৰূপালী জয়ন্তীটি নগাঁও জিলা শালনা চিমনা বস্তুিৰ ৰাষ্ট্ৰীয় শ্বহীদ বিৰ বিৰচা মুন্ডা ভৱনৰ প্ৰাংগনত কৰো’না পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পালন কৰা হয় ৷ উত্ত কৰ্যসূচী মতে পতকা উত্তোলন কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক
এজাক বৰষুণতেই গুৱাহাটী মহানগৰীত সৃষ্টি হয় কৃত্রিম বান৷ বাৰিষাৰ সময়ছোৱাত কৃত্রিম বানৰ কৱলত পৰি মহানগৰবাসীয়ে ককবকাবলগীয়া হয়৷ নলা–নর্দমাৰ পর্যাপ্ত পৰিমাণে পানী বৈ যাব নোৱাৰাৰ বাবেই এজাক বৰষুণতেই ৰাজপথত কেকাল পর্যন্ত পানী জমা হৈ যাতায়ত বিঘ্ণিত কৰাৰ লগতে বহু ব্যৱসায় প্রতিষ্ঠানত পানী সোমাই লাখ লাখ টকাৰসামগ্রী নষ্ট কৰে৷ মহানগৰীৰ অন্যতম সমস্যা