Category: Assamese News

মালিগাঁৱৰ মাধৱদেৱ নগৰত কুঁৱাত আবদ্ধ নাহৰফুটুকী

মালিগাঁৱৰ মাধৱদেৱ নগৰত কুঁৱাত আবদ্ধ নাহৰফুটুকী

মহানগৰীৰ মালিগাঁও আৰক্ষী চকীৰ অন্তর্গত পূব মাধৱদেৱ নগৰৰ কুঁৱাত এটা নাহৰফুটুকী আবদ্ধ হৈ পৰা ঘটনা এটাই আজি পুৱাৰে পৰাই স্থানীয় অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰে৷ এই সন্দর্ভত জানিব পৰা মতে, কালি নিশা খাদ্যৰ সন্ধানত দাঁতিকাষৰীয়া সংৰক্ষিত বনাঞ্চলৰ পৰা নামি আহি মাধৱদেৱ নগৰৰ স্থানীয় বাসিন্দা আছমা বেগমৰ চৌহদত থকা কুঁৱাত আবদ্ধ

বিক্ৰী বন্ধ হ’ল শিখৰ,ৰজনীগন্ধা,গুটখা আৰু পাণমচলা

বিক্ৰী বন্ধ হ’ল শিখৰ,ৰজনীগন্ধা,গুটখা আৰু পাণমচলা

১৪৪ধাৰাৰ অধীনত জাৰি কৰা হৈছে নিষেধাজ্ঞা, কামৰূপ জিলাত নিষিদ্ধ জৰ্দা,পাণমচলা,গুটখা শিখৰ , জিলা উপায়ুক্ত কৈলাস কাৰ্তিকে নিষিদ্ধ কৰিছে পাণমচলা,গুটখা আদি বিক্ৰী মজুতকৰণ, কামৰূপ জিলাত জৰুৰী নিৰ্দেশনা প্ৰশাসনৰ

আৰক্ষীৰ গুলীত আহত ধৰ্ষণকাৰী চৈয়দ আলী

আৰক্ষীৰ গুলীত আহত ধৰ্ষণকাৰী চৈয়দ আলী

গুলীবিদ্ধ পাঠা। মৰিগাঁৱৰ ভোৰাগাঁৱৰ ৯ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰা ৬৫ বছৰীয়া অপৰাধী চৈয়দ আলি ওৰফে পাঠা পুৱতি নিশা গুলীবিদ্ধ । মৰিগাঁও আৰক্ষীয়ে অপৰাধীজনক ভোৰাগাঁৱৰ বালিডোঙাত ক্ষেত্ৰ পৰিদৰ্শনৰ বাবে লৈ গৈ থাকোঁতে পলাবলৈ চেষ্টা কৰে আৰু আৰক্ষীয়ে গুলী চালনা কৰে । দুয়োটা আঠুঁতে গুলী লগা পাঠাক GMCH ত ভৰ্তি।

মেট্ৰিকৰ ফলাফলঃ ৪০ শতাংশ নৱম শ্ৰেণীৰ, ৪০ শতাংশ দশম শ্ৰেণীৰ, ২০ শতাংশ এছাইনমেণ্ট, উপস্থিতিৰ

মেট্ৰিকৰ ফলাফলঃ ৪০ শতাংশ নৱম শ্ৰেণীৰ, ৪০ শতাংশ দশম শ্ৰেণীৰ, ২০ শতাংশ এছাইনমেণ্ট, উপস্থিতিৰ

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ মূল্যাংকন নিৰূপণ কৰিছে উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে। শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে আজি সংবাদমেল সম্বোধন কৰা অনুসৰি ফলাফলৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত ৪০ শতাংশ নম্বৰ নৱম শ্ৰেণীৰ, ৪০ শতাংশ দশম শ্ৰেণীৰ আৰু ২০ শতাংশ এছাইনমেণ্ট, উপস্থিতিৰ পৰা লোৱা হ’ব। ৩১ জুলাইৰ ভিতৰত ঘোষণা কৰা হ’ব ফলাফল। কোনো ছাত্ৰ-ছাত্ৰীয়ে ফলাফলত সন্তুষ্ট

ডিব্ৰুগড়: মোহনবাৰী বিমান বন্দৰত দিল্লী নাৰীসৰবৰাহকাৰী আটক

ডিব্ৰুগড়: মোহনবাৰী বিমান বন্দৰত দিল্লী নাৰীসৰবৰাহকাৰী আটক

ডিব্ৰুগড় জিলাৰ জকাই পুৰণি বলাই গাঁৱৰ এগৰাকী ২৫ বছৰীয়া বিবাহিত মহিলাক অপহৰণ কৰিব আহি আৰক্ষী হাতত ধৰা পৰে দিল্লী এজন যুৱক। যুৱক জনৰ নাম অজিত ৰাজপাল। জানিব পৰামতে কিছুদিন পূৰ্বে নাৰীসৰবৰাহকাৰী ৪১বছৰীয়া অজিত ৰাজপালে ম’বাইলৰ যোগেদি ভিডিঅ’ কল কৰি বোৱাৰী গৰাকীৰ সৈতে চিনাকী হোৱা পিছতে আজি হঠাৎ ডিব্ৰুগড়ৰ মোহনবাৰী বিমান