ৰাজ্যৰ শিক্ষা বিভাগে উচ্চস্তৰীয় দুখন কমিটি গঠন কৰাৰ লগতে ঘোষণা কৰিলে সদস্যৰ নাম । ছাত্ৰ-ছাত্ৰীসকলৰ ফলাফল কিদৰে প্ৰদান কৰিব, সেই বিষয়ে আৰ্হি প্ৰস্তুত কৰিবলৈ গঠন কৰা হৈছে এই কমিটি দুখন । 31 জুলাইৰ পূৰ্বে এই কমিটি দুখনে প্ৰকাশ কৰিব ফলাফল ৷ উল্লেখ্য যে, বহু জল্পনা-কল্পনাৰ অৱসান ঘটাই শুকুৰবাৰে ৰাজ্য চৰকাৰে
Category: Assamese News
মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষীৰএক সফলতা । লাহৰীঘাট আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি লাহৰীঘাটৰ নগাবান্ধা গাঁৱৰ পৰা বহু আপত্তি জনক সামগ্ৰীৰ লগতে চাৰি গৰাকী ছাইবাৰ অপৰাধী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত অপৰাধী কেইজন হৈছে গৰৈমাৰী গাঁৱৰ ৰাজিবুল ইছলাম (২৭) , ইনজামুল হক (২১), ৰাকিব আলম (২১) , ছফিকুল ইছলাম (৩২)। ধৃত
মাইক্ৰ’ফাইনেঞ্চ(Microfinance )ৰ ঋণ মাফ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ কৰা মন্তব্যৰ পাচতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছে । এক বিবৃত্তি যোগে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষা ববিতা শৰ্মাই কয় যে, ‘‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক্ষুদ্ৰ বিত্তীয় ঋণ ৰেহাই সন্দৰ্ভত নিৰ্বাচনী সভাত দিয়া তেওঁৰ ভাষণ মাথো এটা “ৰাজনৈতিক
ৰাজ্যত অব্যাহত আছে ড্রাগ্ছবিৰোধী অভিযান৷ ড্রাগ্ছ সৰবৰাহকাৰীৰ ট্রেনজিট পইণ্টত পৰিণত হোৱা গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্রাগ্ছসহ বহুকেইগৰাকী সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ শেহতীয়াকৈ ড্রাগ্ছৰ বিৰুদ্ধে নার্ক’টিকছ কণ্ড্র’ল ব্যুৰ’ চমুকৈ এন চি বিয়েও অভিযান আৰম্ভ কৰিছে৷ এন চি বিয়ে লাভ কৰা তথ্যৰ ভিত্তিত কালি
হোজাইৰ উদালি হাস্পতালত কর্তব্যৰত চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিৰ লগতে নার্ছ, স্বাস্থ্যকর্মীক ৰোগীৰ আত্মীয়ই কৰা জঘন্য আক্রমণ আৰু বিগত কিছুদিনৰ পৰা বিহাৰ, উত্তৰ প্রদেশকে ধৰি বিভিন্ন ৰাজ্যত চিকিৎসক, চিকিৎসাকর্মীৰ ওপৰত চলা আক্রমণৰ ঘটনাৰ বিৰুদ্ধে আজি ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনৰ (আই এম এ) আহ্বানত চিকিৎসক, চিকিৎসাকর্মীসকলে দেশজুৰি শান্তিপূর্ণভাৱে প্রতিবাদ সাব্যস্ত কৰে৷ আই