Category: Assamese News

নলা–নর্দমা নিষ্কাশনৰ নামত জি এম চিৰ প্রহসনঃ পথৰ দাঁতিত বোকা–আৱর্জনাৰ দ’ম: বিনষ্ট পৰিৱেশ

নলা–নর্দমা নিষ্কাশনৰ নামত জি এম চিৰ প্রহসনঃ পথৰ দাঁতিত বোকা–আৱর্জনাৰ দ’ম: বিনষ্ট পৰিৱেশ

 গুৱাহাটী মহানগৰীক বানমুক্ত কৰিবলৈ পৌৰ নিগমে যুদ্ধকালীন প্রচেষ্টাৰে নলা–নর্দমা নিষ্কাশন কৰি আছে৷ বিগত কেইবাদিন ধৰি দিনে–নিশাই মহানগৰীৰ প্রান্তে প্রান্তে চলিছে নলা–নর্দমা আৰু ভৰলু তথা বাহিনী নৈৰ আৱর্জনা নিষ্কাশনৰ কাম৷ নৱনিযুক্ত পৌৰ আয়ুক্ত দেৱাশিস শর্মাই মহানগৰবাসীক কৃত্রিম বানৰ পৰা সকাহ দিয়াৰ বাবে বিভাগীয় বিষয়া–কর্মচাৰীৰ সহযোগিতাৰে যুদ্ধকালীন প্রচেষ্টা অব্যাহত ৰাখিছে৷ পৌৰ আয়ুক্তৰ

দ্য ৰাইট চাৰ্কলঃ প্ৰভা খয়তান ফাউণ্ডেশ্যনৰ উদ্যোগত অভিনেতা কবীৰ বেদীৰ সৈতে আলোচনা

দ্য ৰাইট চাৰ্কলঃ প্ৰভা খয়তান ফাউণ্ডেশ্যনৰ উদ্যোগত অভিনেতা কবীৰ বেদীৰ সৈতে আলোচনা

গুৱাহাটী, জুন- ২০২১: প্ৰভা খয়তান ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু দ্য ৰাইট চাৰ্কলৰ অধীনত আজি গুৱাহাটীত আন্তৰ্জাতিক খ্যাতি সম্পন্ন অভিনেতা তথা লেখক কবীৰ বেদীৰ তেওঁৰ আত্মজীৱনী ‘ষ্টৰীজ আই মাষ্ট টেল: দ্য ইমোশ্যনেল লাইফ অফ এক্টৰ’ৰ ওপৰত এক গভীৰ আলোকপাতমূলক আলোচনা অনুষ্ঠিত কৰা হয়। এই আলোচনাত অংশ গ্ৰহণ কৰে অভিনেতা-লেখক কবীৰ বেদীয়ে। প্ৰভা

উচ্চ মাধ্যমিক-উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাকলৈ শিক্ষামন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ইংগিত, পঢ়ি জানি লওক

উচ্চ মাধ্যমিক-উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাকলৈ শিক্ষামন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ইংগিত, পঢ়ি জানি লওক

‘ক’ৰ’না পৰিস্থিতি নিয়ন্ত্ৰণ তথা স্বভাৱিক হ’লেই অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাসমূহ। পদক্ষেপ গ্ৰহণ কৰিবলৈ শিক্ষা বিভাগ সষ্টম হৈ আছে’- এই গুৰুত্বপূৰ্ণ মন্তব্য শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ। ছেবাৰ কাৰ্যালয়ত বিশ্ব পৰিৱেশ দিৱসৰ অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী গৰাকীয়ে কয়-ছাত্ৰ-ছাত্ৰীৰ সুবিধা হোৱাকৈ পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিম। পৰীক্ষা বাতিল

বিটিআৰৰ ৰাইমনা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণৰ কথা ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

বিটিআৰৰ ৰাইমনা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণৰ কথা ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত ৰাজ্য বাসীলৈ এক ভাল খবৰ। বিটিআৰৰ ৰাইমনা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণৰ কথা ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। গান্ধী মণ্ডপত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ১১ টা ৰুদ্ৰাক্ষ গছৰ পুলি ৰোপণ কৰি  দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে গঢ়ি তোলা প্ৰক্ৰিয়া চলি থকাৰ কথা ঘোষণা কৰে। লগতে

আমচৈৰ বেলতলাত বিশ্ব পৰিৱেশ দিৱস পালন

আমচৈৰ বেলতলাত বিশ্ব পৰিৱেশ দিৱস পালন

আজিৰ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নগাঁও জিলাৰ আমচৈ অঞ্চল বেলতলা আঞ্চলিক যুৱক সংঘই বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰে । বেলতলা আঞ্চলিক যুৱক সংঘৰ সভাপতি প্ৰণৱ ৰাভাই জনোৱা অনুসৰি সংঘই নিজাববীয়াকৈ বেলতলাত এশজোপা নাহৰ গছ গাঁৱখনৰ পথৰ কাষত ৰোপণ কৰাৰ উপৰি গছবোৰ ৰক্ষণাবেক্ষণ বেৰ দিয়াৰো ব্যৱস্থা কৰে । বেলতলা আঞ্চলিক