হাতীগাঁও আৰক্ষীয়ে বুধবাৰে খানকা অৰুণোদয় পথত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্রাগ্ছসহ দুই সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত সৰবৰাহকাৰী দুটা ক্রমে জেহেৰুল ইছলাম (২৪) আৰু জাহাৰুল ইছলাম (৩০)৷ আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত খানকা অৰুণোদয় পথৰ এটা বাসগৃহত অভিযান চলাই ড্রাগ্ছখিনি জব্দ কৰিবলৈ সক্ষম হয়৷ ধৃত সৰবৰাহকাৰীকেইটাৰ্ পৰা তিনিটা ম’বাইল,
Category: Assamese News
পুনে নেচনেল ফিল্ম আর্কাইভ অৱ ইণ্ডিয়াত অনুষ্ঠিত পঞ্চম বার্ষিক ‘গ্রেট মেছেজ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল’ চমুকৈ জি এম আই এফ এফত সন্মানিত হ’ল অসমৰ বিলুপ্তপ্রায় লোকশিল্প পুতলা নাচৰ ওপৰত নির্মাণ কৰা অসমীয়া চলচ্চিত্র ‘লাইফ ইন এ পাপেট’৷ সন্মানীয় এই আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱখনত ‘লাইফ ইন এ পাপেট’ৰ পৰিচালক, অসম সন্তান ৰাজেন দাসে
পান কার্ডৰ সৈতে আধাৰ সংলগ্ণৰ সময়সীমা ৩০ জুনলৈ বৃদ্ধি কৰা হৈছে৷ আজি আয়কৰ বিভাগে এই ঘোষণা কৰিছে৷ উল্লেখ্য যে পানকার্ডৰ সৈতে আধাৰ সংলগ্ণৰ অন্তিম সীমা আছিল ৩১ মার্চ৷ আজি এই সময়সীমা উকলি যোৱাৰ পূর্বে আয়কৰ বিভাগে পান কার্ডৰ সৈতে আধাৰ সংলগ্ণৰ অন্তিম সময় ৩১ জুনলৈ সম্প্রসাৰণ কৰিলে৷ তাৎপর্যপূর্ণ যে ঘাতক
অসম বিধানসভাৰ শেষ তথা তৃতীয় পর্যায়ৰ নির্বাচনী প্রচাৰৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদী ১ এপ্রিলত পুনৰ অসমলৈ আহিব৷ প্রধানমন্ত্রীগৰাকীয়্ বৃহস্পতিবাৰে কোকৰাঝাৰত উপস্থিত হৈ নির্বাচনী প্রচাৰ চলাব৷ কোকৰাঝাৰত অনুষ্ঠিত হ’বলগীয়া সভাত প্রধানমন্ত্রীগৰাকীক্ সংগ দিব বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই৷ উক্ত সভাৰ পাছতেই ৰাষ্ট্রীয় সাধাৰণ সম্পাদকগৰাকী নির্বাচনী প্রচাৰৰ হেতু বৰক্ষেত্রীত উপস্থিত থাকিব৷
চলিত বর্ষত পাঁচবাৰকৈ ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰাৰ পিছত প্রথমবাৰৰ বাবে প্রতিটো চিলিণ্ডাৰত হ্রাস কৰিলে ১০ টকা৷ ইণ্ডিয়ান অইল কর্প’ৰেচন লিমিটেডে আজি বিবৃতিযোগে প্রকাশ কৰা মতে এক এপ্রিলৰ পৰা কার্যকৰী হোৱাকৈ প্রতিটো এল পি জি চিলিণ্ডাৰৰ মূল্য ১০ টকা হ্রাস কৰা হৈছে৷ উল্লেখ্য যে আন্তর্জাতিক বজাৰত খাৰুৱা তেল