Category: Assamese News

স্নাতক-স্নাতকোত্তৰৰ ছাত্ৰীয়েও পাব স্কুটী, ল’ৰাই পাব বুলেট

স্নাতক-স্নাতকোত্তৰৰ ছাত্ৰীয়েও পাব স্কুটী, ল’ৰাই পাব বুলেট

কলিয়াবৰত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিত্ত, স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা-স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীসকলেও পাব স্কুটী। সভাখনত ভাষণ প্ৰদান কৰি ড০ শৰ্মাই কয়-এইবাৰ আমি হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ ছাত্ৰীসকলক স্কুটী দিছোঁ। অহাবাৰ গ্ৰেজুৱেট, পোষ্ট-গ্ৰেজুৱেট পঢ়া ছাত্ৰীসকলকো দিম। প্ৰসংগক্ৰমে জনসংখ্যা নিয়ন্ত্ৰণ সন্দৰ্ভত তেওঁ এআইইউডিএফ প্ৰধান মৌলানা বদৰুদ্দিন

ডিব্রুগড় গেৰুৱাময় কৰি হাজাৰ হাজাৰ সমর্থকৰে ড০ শর্মাৰ বিশাল পদযাত্রা

ডিব্রুগড় গেৰুৱাময় কৰি হাজাৰ হাজাৰ সমর্থকৰে ড০ শর্মাৰ বিশাল পদযাত্রা

অভূতপূর্ব দৃশ্য ঘণ্টা ঘণ্টা ধৰি পথৰ কাষত, ঘৰৰ সন্মুখত, ঘৰৰ চাদৰ ওপৰত ৰৈ আছে শ শ জনতা৷ ব্যাপকভাৱে আদৰিবলৈ, কাষৰ পৰা চাবলৈ, গামোচাৰে ওলগ জনাবলৈ, হেঁপাহেৰে পুষ্পমাল্য অপর্ণ কৰিবলৈ চকু টিপ নমৰাকৈয়ে ৰৈ আছে হাজাৰ হাজাৰ জনতা৷ গেৰুৱাময় হৈ পৰা ডিব্রুগড়ত ড০ হিমন্ত বিশ্ব শর্মাক চাবলৈ নিশা হাজাৰ হাজাৰ লোকে

কাইলৈ মাজুলীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ প্রচাৰ

কাইলৈ মাজুলীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ প্রচাৰ

বিধানসভা নির্বাচনলৈ মাজত মাথোঁ ছটা দিন বাকী৷ ইতিমধ্যে শাসক–বিৰোধী দুয়োটা দলেই মাজুলীত নির্বাচনী প্রচাৰ তীব্রতৰ কৰি তুলিছে৷ ৯৯নং মাজুলী জনজাতি বিধানসভা সমষ্টিত কংগ্রেছৰ প্রার্থী ৰাজীৱলোচন পেগুৰ হৈ দলৰ ষ্টাৰ কেম্পেইনাৰ ছত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেজ ৱাঘেলে নির্বাচনী প্রচাৰ চলাই যোৱাৰ পাছত মাজুলীৰ ৰাজনীতিৰ পৰিৱেশ কিছু উত্তাল হৈ পৰিছে৷ বিজেপি আৰু কংগ্রেছ দুয়োটা

অসম জাতীয় পৰিষদৰ তৃতীয়খন প্ৰাৰ্থীৰ তালিকা…

অসম জাতীয় পৰিষদৰ তৃতীয়খন প্ৰাৰ্থীৰ তালিকা…

ajp     অসম জাতীয় পৰিষদৰ তৃতীয়খন প্ৰাৰ্থীৰ তালিকা ঘোষণা। ১৭ জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে অজাপই। বৰখলা- মেহবুব ৰহমান বৰভূঁঞা। গোলকগঞ্জ- আতিকুৰ ৰহমান। বিলাসীপাৰা পশ্চিম- ডাঃ আনিচ আহমেদ। অভয়াপুৰী উত্তৰ- অজন্তা বৰুৱা। জলেশ্বৰ- ৰশিদুল হক। জনিয়া- চুকুৰ আলী। সৰুক্ষেত্ৰী- মাণিক চন্দ্ৰ বড়ো। চেঙা- গিয়াছ উদ্দিন আহমেদ। বকো- দ্বীপজ্যোতি দাস।

টকিঅ’ অলিম্পিক:১০০ মিটাৰ ইভেণ্টত যোগ্যতা অৰ্জনত ব্যৰ্থ হ’ল হিমা দাস

টকিঅ’ অলিম্পিক:১০০ মিটাৰ ইভেণ্টত যোগ্যতা অৰ্জনত ব্যৰ্থ হ’ল হিমা দাস

টকিঅ’ অলিম্পিকত ১০০ মিটাৰ ইভেণ্টত যোগ্যতা অৰ্জনত ব্যৰ্থ হ’ল হিমা দাস।পঞ্জাবৰ পাটিয়ালাৰ ছাই কেন্দ্ৰত অনুষ্ঠিত হৈ থকা ফেডাৰেচন কাপ প্ৰতিযোগিতাত ‘ফলছ ষ্টাৰ্ট’ কৰাৰ বাবেই প্ৰতিযোগিতাখনৰ ১০০ মিটাৰ ইভেণ্টটোত সফল হ’ব নোৱাৰিলে হিমা দাসে। অৱশ্যে হিমা দাসৰ হাতত আছে এতিয়াও আন এটা সুযোগ।২০২১ৰ টকিঅ’ অলিম্পিক গেমছৰ ২০০ মিটাৰ ইভেণ্টত যোগ্যতা অৰ্জনৰ