Category: Assamese News

সাংবাদিকৰ ক্ষমা, আঁতৰিল জটিলতাঃ সুস্বাস্থ্যৰে প্রণৱ কুমাৰ গগৈ-ৰাম কুমাৰক মোকলাই দিব আলফাই

সাংবাদিকৰ ক্ষমা, আঁতৰিল জটিলতাঃ সুস্বাস্থ্যৰে প্রণৱ কুমাৰ গগৈ-ৰাম কুমাৰক মোকলাই দিব আলফাই

কুইপ’ অইল এণ্ড গেছ ইনফ্রাষ্ট্রাকচাৰ লিমিটেডৰ দুই অপহূত বিষয়া–কর্মচাৰী প্রণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰৰ মুক্তিক লৈ শেহতীয়াকৈ উদ্ভৱ হোৱা জটিলতা অৱশেষত আঁতৰিল৷ কেইদিনমানৰ ভিতৰতে দুয়োকে সুৰক্ষিত স্থানত সু–স্বাস্থ্যৰে মোকলাই দিয়াৰ কথা ঘোষণা কৰিছে আলফা (স্বাধীন)–এ৷ ৰেৱতী ফুকনৰ পুত্র কৌশিক ফুকনৰ মধ্যস্থতাত আলফা (স্বাধীন)–এ অপহূতদ্বয়ক মুক্তি দিবলৈ সন্মত হোৱাৰ সময়তে

ৰূপালী পর্দাত ৰাখি সাৱন্তৰ জীৱনী! চিত্রনাট্যৰ দায়িত্বত জাভেদ আখতাৰ

ৰূপালী পর্দাত ৰাখি সাৱন্তৰ জীৱনী! চিত্রনাট্যৰ দায়িত্বত জাভেদ আখতাৰ

 নিৰু বেদৰ জন্ম ১৯৭৮ চনৰ ২৫ নৱেম্বৰত মুম্বাইত হৈছিল। ৰক্ষণশীল পৰিয়ালৰ কন্যা নিৰুৱে শিশুকালৰ পৰাই গ্লেমাৰৰ পৃথিৱীত তাইৰ নাম প্ৰতিস্থা কৰাৰ সপোন দেখিছিল। কিন্তু তেওঁ বাৰে বাৰে বাধাৰ সন্মুখিন হৈছিল। বহু ঘাত-প্রতিঘাত পাছত আজি তেওঁ বলীউডৰ অন্যতম চর্চিত চৰিত্র। ইপিনে এইবাৰ তেওঁৰ জীৱনী প্ৰকাশ পাব জাভেদ আখতাৰৰ কলমেৰে।  আজি যি

অতি কম মূল্যতে কিনিব পাৰিব লেপটপ, এই বছৰতে আহি আছে জিঅ’বুক

অতি কম মূল্যতে কিনিব পাৰিব লেপটপ, এই বছৰতে আহি আছে জিঅ’বুক

নতুন নেটৱৰ্ক সেৱা জিঅ’, জিঅ’ ম’বাইল হেণ্ডছেটৰ পিছত ৰিলায়েন্স জিঅ’ই কম সময়ৰ ভিতৰতে ভাৰতীয় বজাৰত এক নতুন প্ৰডাক্ট আনিব। এয়া হৈছে জিঅ’ বুক। এক কম খৰচী লেপটপ। এই কম খৰচযুক্ত লেপটপ অতি সোনকালে বজাৰলৈ অনাৰ পৰিকল্পনা কৰি আছে জিঅ’ই। ৰিলায়েন্স জিঅ’ৰ কম ব্যয়যুক্ত এই লেপটপক জিঅ’ বুক বুলি অভিহিত কৰিছে।

বিজেপিত যোগদান কৰি পৰমানন্দ ৰাজবংশীয়ে ক’লে- ‘মোৰ মনত আঞ্চলিকতাবাদ বিৰাজমান’

বিজেপিত যোগদান কৰি পৰমানন্দ ৰাজবংশীয়ে ক’লে- ‘মোৰ মনত আঞ্চলিকতাবাদ বিৰাজমান’

এইবাৰ ছিপাঝাৰ সমষ্টিত নিৰ্বাচন খেলিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীয়ে। কিন্তু অগপৰ পৰিৱৰ্তে সমষ্টিটোত বিজেপিয়ে প্ৰাৰ্থী দিব বুলি জানিব পাৰি শনিবাৰে বিজেপিত যোগ দিলে পৰমানন্দ ৰাজবংশীয়ে শুকুৰবাৰলৈকে অগপৰ হৈ সমষ্টিটোত সাংগঠিন কাম-কাজ অব্যাহত ৰখা পৰমানন্দ ৰাজবংশীয়ে বিজেপিত যোগদান কৰি তেওঁৰ মনত আঞ্চলিকতাবাদ বিৰাজমান বুলি উল্লেখ কৰাৰ লগতে নিজকে

শিৱসাগৰৰ পৰা যুঁজিব অখিল গগৈয়ে, মৰিয়নীৰ পৰাও কৰিব পাৰে প্ৰতিদ্বন্দিতা, ১৭ সমষ্টিত ৰাইজৰ দলে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা

শিৱসাগৰৰ পৰা যুঁজিব অখিল গগৈয়ে, মৰিয়নীৰ পৰাও কৰিব পাৰে প্ৰতিদ্বন্দিতা, ১৭ সমষ্টিত ৰাইজৰ দলে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মাজত মাত্ৰ কেইটামান দিন বাকী। ইতিমধ্যে নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টী আৰু অসম জাতীয় পৰিষদে ঘোষণা কৰিছে প্ৰাৰ্থী তালিকা।  শনিবাৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজ্যৰ আন এটা আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলে ঘোষণা কৰিলে ১৭টা সমষ্টিত প্ৰাৰ্থী তালিকা। ৰাইজৰ দলৰ হৈ শিৱসাগৰৰ পৰা যুঁজিব অখিল গগৈয়ে।