Advertisement

Category: Assamese News

মহানগৰীৰ পাণ্ডুত উদ্ধাৰ প্ৰায় তিনি কুইণ্টল ওজনৰ এটি মৃত RIVER DOLPHIN

মহানগৰীৰ পাণ্ডুত উদ্ধাৰ প্ৰায় তিনি কুইণ্টল ওজনৰ এটি মৃত RIVER DOLPHIN

মহানগৰীৰ পাণ্ডুত উদ্ধাৰ এটি মৃত শিহু । শুকুৰবাৰে পুৱা পাণ্ডুস্থিত নদী আৰক্ষীয়ে ব্ৰহ্মপুত্ৰ পাৰত মৃত শিহুটি প্রত্যক্ষ কৰি বনবিভাগক খবৰ দিয়ে। ইয়াৰ পিছতে লংকেশ্বৰস্থিত খণ্ড বন বিষয়া কাৰ্যালয়ৰ লোক উপস্থিত

নগাঁও জিলাৰ জুৰীয়াৰ মেলেকাধিংত ভয়ংকৰ পথ দুৰ্ঘটনা

নগাঁও জিলাৰ জুৰীয়াৰ মেলেকাধিংত ভয়ংকৰ পথ দুৰ্ঘটনা

নগাঁও জিলাৰ জুৰীয়াৰ মেলেকাধিংত ভয়ংকৰ পথ দুৰ্ঘটনা ,তীব্ৰবেগী বাহনৰ খুন্দাত থিতাতে নিহত হ’ল এজন বাইক আৰোহী | জুৰীয়াৰ মেলেকাধিং ত বাইক আৰু নম্বৰ প্লেট বিহীন  এখন টাটা মৱাইল বাহনৰ মুখামূখি

স্বাভাৱিক হ’বলৈ মোক সময় লাগিবঃ ৰাম কুমাৰ

স্বাভাৱিক হ’বলৈ মোক সময় লাগিবঃ ৰাম কুমাৰ

নিষিদ্ধ ঘোষিত সংগঠন আলফাৰ জিম্মাত ১০৬টা দিন থাকি কেতিয়াবা অটব্য অৰণ্য অতিক্রম কৰি কেতিয়াবা সুউচ্চ পাহাৰ বগাই মানসিক আৰু শাৰীৰিকভাৱে ক্লান্ত হৈ পৰা কুইপ’ৰ ৰেডিঅ অফিচাৰ ৰাম কুমাৰে বিগত তিনিমাহ

জন্মস্থান ভাৰেগাঁৱত সামৰিক মর্যাদাৰে শ্বহীদ দিলীপ দাসৰ শেষকৃত্য

জন্মস্থান ভাৰেগাঁৱত সামৰিক মর্যাদাৰে শ্বহীদ দিলীপ দাসৰ শেষকৃত্য

ছত্তিশগড়ৰ বিজাপুৰত নক্সালবাদীৰে হোৱা সংঘর্ষত অসমৰ দুই সন্তানৰ লগতে ২৪গৰাকী নিৰাপত্তা বাহিনীৰ জোৱানে প্রাণ আহুতি দিব লগা হোৱা ঘটনাত দেশজুৰি শোকৰ ছাঁ পৰিছে৷ এই ঘটনাই অসমৰ দুধনৈৰ লগতে সৰুপেটাৰ ভাৰেগাঁও

ৰাজ্যত লকডাউনৰ কোনো সম্ভাৱনা নাই, এইবাৰ বিহু হ’ব

ৰাজ্যত লকডাউনৰ কোনো সম্ভাৱনা নাই, এইবাৰ বিহু হ’ব

 দেশৰ ভিন্ন প্রান্তত ক’ৰোনাৰ দ্বিতীয় ঢ়ৌৱে ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰাৰ সময়তে অসমতো ক’ভিডকেন্দ্রিক পৰিৱেশ বিৰাজ কৰাৰ সম্ভাৱনাক লৈ শংকাত কটাইছে ৰাজ্যবাসী৷ বিগত বর্ষৰ দৰে এইবাৰো ক’ৰোনাই হেঁপাহৰ বিহু অনুষ্ঠিত কৰাত