গুৱাহাটীঃ কৰ’নাভাইৰাছৰ দ্বিতীয়টো ঢৌ দেশত আৰম্ভ হৈছে যদিও অসমত লকডাউন ঘোষণা কৰাৰ কোনো সম্ভাৱনা নাই। এই কথা শনিবাৰে দোহাৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। লকডাউনৰ ফলত দুখীয়া লোকসকলৰ সমস্যাৰ সৃষ্টি
Category: Assamese News
RSSৰ মূৰব্বী মোহন ভাগৱতৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ। বৰ্তমান তেওঁ নাগপুৰৰ এখন ব্যক্তিগত হাস্পাতলত চিকিৎসাধীন হৈ আছে। মোহন ভাগৱত সামান্য কাহ আৰু চৰ্দিত ভূগিছিল আৰু আৰটি-পিচিআৰ টেষ্ট কৰাইছিল। তাৰপিছতেই
সমূহত মাত্ৰ কেইটামান দিন। হেপাঁহৰ ৰঙালী পদূলি মুখত। কোৰোনাকালীন পৰিস্থিতিৰ বাবে অসমবাসীয়ে ২০২০ চনত বাপতিসাহোন ৰঙালী বিহুটি উদযাপন কৰিব নোৱাৰিলে। এইবেলিও সকলোৱে আগ্ৰেহেৰে বাট চাই আছিল হেঁপাহৰ ৰঙালীক আদৰিবলৈ। কিন্তু
মহানগৰীৰ পাণ্ডুত উদ্ধাৰ এটি মৃত শিহু । শুকুৰবাৰে পুৱা পাণ্ডুস্থিত নদী আৰক্ষীয়ে ব্ৰহ্মপুত্ৰ পাৰত মৃত শিহুটি প্রত্যক্ষ কৰি বনবিভাগক খবৰ দিয়ে। ইয়াৰ পিছতে লংকেশ্বৰস্থিত খণ্ড বন বিষয়া কাৰ্যালয়ৰ লোক উপস্থিত
নগাঁও জিলাৰ জুৰীয়াৰ মেলেকাধিংত ভয়ংকৰ পথ দুৰ্ঘটনা ,তীব্ৰবেগী বাহনৰ খুন্দাত থিতাতে নিহত হ’ল এজন বাইক আৰোহী | জুৰীয়াৰ মেলেকাধিং ত বাইক আৰু নম্বৰ প্লেট বিহীন এখন টাটা মৱাইল বাহনৰ মুখামূখি