Category: Assamese News
নিজ মেধা আৰু প্রতিভাৰে নতুন দিল্লীৰ সর্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান (এইমছ)ত উজলি উঠিছে অসমৰ শিক্ষার্থী ডাঃ অনন্যা গোস্বামী৷ চকু চিকিৎসা বিষয়ৰ ছাত্রী ডাঃ গোস্বামীয়ে ২০২০ বর্ষৰ স্নাতকোত্তৰ পৰীক্ষাত প্রথম স্থান অধিকাৰ কৰিছে৷ এই কৃতিত্বৰ বাবে ডাঃ গোস্বামীয়ে লাভ কৰে স্বর্ণপদক৷ শনিবাৰে এইমছৰ ৫৪সংখ্যক প্রতিষ্ঠা দিৱস উপলক্ষে সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই আনুষ্ঠানিকভাৱে
নির্বাচনী আচৰণ বিধি ভংগ সম্পর্কীয় অভিযোগ তাৎক্ষণিকভাৱে নিষ্পত্তি কৰিবলৈ দ্রুতগামী সেৱাৰ চি–ভিজিল এপ ব্যৱহাৰ কৰিবলৈ জনসাধাৰণৰ প্রতি আহ্বান জনাইছে কামৰূপ মহানগৰ জিলাৰ নির্বাচনী ব্যয় পর্যবেক্ষকে৷ নির্বাচনী ৰাজ্যৰ ভৌগলিক সীমাৰ ভিতৰত ব্যৱহাৰৰ প্রযোজ্য হ’বলগীয়া এই এপটোৰ জৰিয়তে অভিযোগকাৰীয়ে নির্বাচনী আচৰণবিধি ভংগ কৰিব পৰা যিকোনো ফটো অথবা ভিডিঅ’ আপলোড কৰি নির্দিষ্ট সময়ৰ
মৰিগাঁও জিলাৰ লাহৰীঘাটৰ বৰছলাত বৃহৎ পৰিমাণৰ হেৰ’ইনসহ চাৰি সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে৷বৰছলা আৰক্ষী চকীৰ অন্তর্গত শান্তিপুৰৰ পৰা এ এছ ০১ ডি কিউ–৪১১৮ নম্বৰৰ এখন এম্বুলেঞ্চ আৰু এ এছ ২১ জে–০৬৬৯ নম্বৰৰ য়ামাহাৰ আৰ–১৫ বাইকত মৰিগাঁও অভিমুখে গৈ থকা অৱস্থাত অঞ্চলটোৰ গৰৈমাৰীত আৰক্ষীয়ে হেৰ’ইনসহ আটক কৰে সৰবৰাহকাৰীকেইজন৷ ধৃত সৰবৰাহকাৰীকেইজন্ নাম হৈছে
ছালুৱে হাঁহিব পাৰে, খং কৰিব পাৰে, আনক হাঁহিৰে আদৰণি জনাব পাৰে, তেনেদৰে বাতৰিকাকত পঢ়িব পাৰে আৰু অনেক কার্যকলাপত জড়িত হ’ব পাৰে৷ ছালু কোনো প্রাণী নহয়, আনকি মানুহো নহয়৷ মানুহ হ’লে এনেবোৰ কার্য নিত্য নৈমিত্তিক৷ কিন্তু ছালুৰ কার্য প্রায় আশ্চর্যজনকৰ শাৰীতে পৰিব৷ কিয়নো ছালু হৈছে প্লাষ্টাৰ অৱ পেৰিছেৰে তৈয়াৰী এটা ৰবট৷