Category: Assamese News

অসম গণ পৰিষদৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা ঘোষণা…

অসম গণ পৰিষদৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা ঘোষণা…

অসম গণ পৰিষদৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা ঘোষণা… সন্মুখত অসম বিধানসভা নিৰ্বাচন। বৃহস্পতিবাৰে অসম গণ পৰিষদে ঘোষণা কৰিলে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা। ৬ টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে অগপই। ৰহা- বিষ্ণু দাস। দলগাঁও- হবিবৰ ৰহমান। কৰিমগঞ্জ দক্ষিণ- আজিজ আহমেদ খান। আলগাপুৰ- আপ্তাবুদ্দিন লস্কৰ। যমুনামুখ- ছাদ্দিকুল্লা ভূঞা। পাথাৰকান্দি- ছাব্বিৰ আহমেদ।

ডিএমকেৰ বিৰুদ্ধে প্রতিশ্রুতি নকল কৰাৰ অভিযোগ কমল হাছানৰ

ডিএমকেৰ বিৰুদ্ধে প্রতিশ্রুতি নকল কৰাৰ অভিযোগ কমল হাছানৰ

আগন্তুক তামিলনাডু বিধানসভা নির্বাচনৰ পূর্বে ডি এম কে দলৰ বিৰুদ্ধে কঠোৰ অভিযোগ আনিছে অভিনেতা তথা ৰাজনীতিক কমল হাছান নেতৃত্বাধীন মাক্কাল নিধি মায়াম (এম এন এম)এ৷ ছ’চিয়েল মিডিয়া টুইটাৰযোগে দলটোৰ মুৰব্বী হাছানে উল্লেখ কৰিছে যে ডি এম কে দলে এম এন এমৰ বহু নির্বাচনী প্রতিশ্রুতি নকল কৰিছে৷ বিশেষকৈ নিয়োগ সৃষ্টি আৰু

হাগ্রামাৰ দলত যোগদান দুর্গা দাস বড়োৰ

হাগ্রামাৰ দলত যোগদান দুর্গা দাস বড়োৰ

কংগ্রেছ দলৰ পৰা বি পি এফ দলত যোগদান কৰাৰ পাঁচ মিনিটৰ পাছতেই প্রার্থিত্ব লাভ কৰা সৌভাগ্যৱান প্রার্থী হিচাপে পৰিগণিত হ’ল দুর্গা দাস বড়ো৷ কংগ্রেছ দলৰ প্রাক্তন মুখপাত্র দুর্গা দাস বড়োৱে সোমবাৰে কোকৰাঝাৰস্থিত বি পি এফৰ মুখ্য কার্যালয়ত সংবাদ মেলৰ সময়ত আনুষ্ঠানিকভাৱে বি পি এফ দলত যোগদান কৰাৰ খন্তেক সময় পাছতেই

১৫ দেশৰ ২১গৰাকী মহিলালৈ সাহসিকতাৰ বঁটা মার্কিন ফার্ষ্ট লেডীৰ

১৫ দেশৰ ২১গৰাকী মহিলালৈ সাহসিকতাৰ বঁটা মার্কিন ফার্ষ্ট লেডীৰ

আমেৰিকাৰ ফার্ষ্ট লেডী ড০ জিল বাইডেনে ১৫খন দেশৰ ২১গৰাকী মহিলাক সাহসিকতাৰ সন্মান আগবঢ়ায় আন্তর্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি৷ এই মহিলাসকলৰ সাতগৰাকীয়েই হৈছে আফগানিস্তানৰ৷ আফগানিস্তানৰ এই সাত মহিলাক মৰণোত্তৰভাৱে আন্তর্জাতিক সাহসিকতা সন্মান আগবঢ়াইছে বাইডেনে৷ লক্ষণীয়ভাৱে দেশখনৰ বিদেশ দপ্তৰে বিভিন্ন ক্ষেত্রত সাহসিকতাৰ পৰিচয় দাঙি ধৰা এই মহিলাসকলক আন্তর্জাতিক নাৰী দিৱসত সন্মান

গোলাঘাটত চাৰি কিলোমিটাৰজোৰা বিশাল পদযাত্রাৰে ড০ শর্মাৰ নির্বাচনী ৰণডংকা

গোলাঘাটত চাৰি কিলোমিটাৰজোৰা বিশাল পদযাত্রাৰে ড০ শর্মাৰ নির্বাচনী ৰণডংকা

মনোনয়ন–পত্র দাখিলৰ দিনটোত গোলাঘাট বিধানসভা সমষ্টিত শাসকীয় মিত্রজোঁটক নেতৃত্ব দিয়া বিজেপি আৰু বিৰোধী কংগ্রেছে সোমবাৰে পৃথকে পৃথকে প্রদর্শন কৰিলে শক্তি৷ দলীয় প্রার্থী অজন্তা নেওগক সংগ দি বিত্তমন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই প্রায় চাৰি কিলোমিটাৰজোৰা বিশাল পদযাত্রাৰে কার্যতঃ গোলাঘাট জিলাত নির্বাচনী ৰণডংকা বজায়৷ উল্লেখ্য যে গোলাঘাট বিধানসভা সমষ্টিৰ