Advertisement

২০২০ বৰ্ষৰ সাহিত্য একাডেমী বঁটা ঘোষণা

২০২০ বৰ্ষৰ সাহিত্য একাডেমী বঁটা ঘোষণা

২০২০ বৰ্ষৰ সাহিত্য একাডেমী বঁটা ঘোষণা।

ডা০ অপূৰ্ব কুমাৰ শইকীয়ালৈ ২০২০ বৰ্ষৰ সাহিত্য একাডেমী বঁটা।

বেংছতা নামৰ গল্প সংকলনৰ বাবে এই সন্মান।

ইএছআইচি মৰ্ডাৰ্ণ হস্পিতাল খানাপাৰাৰ মুখ্য চিকিৎসক ডা০ অপূৰ্ব কুমাৰ শইকীয়া।

ইপিনে, দ্বিজেন কুমাৰ দাসলৈ যুব একাডেমী বঁটা।

Shahnawaz Hamza