গোৱালপাৰাত বন্যহস্তীৰ সন্ত্ৰাস ৷ বন্যহস্তীৰ আক্ৰমণত মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত ফটৰীপাৰাৰ উৰাংপাৰা গাঁৱৰ এগৰাকী যুৱক নিহত হয়। বন্যহস্তীয়ে লগতে লণ্ডভণ্ড কৰে এটি পৰিয়ালৰ বাসগৃহ ৷ হাতীৰ আক্ৰমণত নিহত যুৱকজনৰ নাম কমলেশ্বৰ খাৰীয়া (৩৫)৷ জানিব পৰা মতে, নিশা ১১ মান বজাত এটা প্ৰকাণ্ড বন্যহস্তীয়ে খাদ্যৰ সন্ধানত গাঁওখনত প্ৰৱেশ কৰে আৰু এগৰাকী
Category: Assamese News
প্রথমবাৰৰ বাবে বিজ্ঞানীয়ে পৃথিৱীৰ উত্তৰ মেৰুত মহাকাশ ধুমুহাৰ সন্ধান লাভ কৰিলে৷ পৃথিৱীৰ উচ্চ বায়ুমণ্ডলত বিজ্ঞানীৰ দলটোৱে আৱিষ্কাৰ কৰা মহাকাশ ঘূর্ণি ৮ ঘণ্টা ধৰি চলিছিল৷ আমেৰিকা যুক্তৰাষ্ট্র, চীন, নৰৱে আৰু গ্রেট ব্রিটেইনৰ গৱেষকৰ দল এটাই ব্যৱহাৰ কৰা চাৰিটা নিৰীক্ষণ কৃত্রিম উপগ্রহ ডিএমএছপি (ডিফেন্স মেটৰ’জিকেল ছেটেলাইট প্র’গ্রেম) আৰু থ্রি ডি মেগনেট’স্ফেয়াৰ মডেলিঙৰ
এসপ্তাহতেই ১৮ হাজাৰতকৈ অধিক ভূমিকম্পই জোকাৰিছে আইচলেণ্ডক৷ বিগত সপ্তাহটোত দেশখনত ভূমিকম্পৰ সর্বাধিক প্ৰাবল্য আছিল ৫.৬৷ যোৱা ২৪ ফেব্রুৱাৰীৰ পৰা দেশখনত সঘনাই ভূমিকম্প হৈ থকাত সমগ্র দেশবাসীৰ মাজত শংকা ঘনীভূত হৈছে৷ মন কৰিবলগীয়া যে সঘনাই ভূমিকম্প হোৱাৰ ফলত আগ্ণেয়গিৰি উদ্গীৰণৰ সম্ভাৱনা প্রবল হৈ পৰে৷ দেশখনৰ ৰাজধানী ৰেকজেন্সৰ বিগত সপ্তাহত ভূমিকম্পৰ মাত্রাই
গুৱাহাটী টাইমচ’ৰ সমীক্ষাত এই চাৰি গৰাকীৰ ভিতৰত কোনোবা এজনে টিকট পোৱাটো ১০০% নিশ্চিত | অসম বিধানসভা নিৰ্বাচনক লৈ সমষ্টি সমূহত প্ৰাৰ্থীত্বৰ দাবীদাৰ বহু হাইপ্ৰফাইল নেতা | পিছে কোন সমষ্টিত কোন প্ৰাৰ্থীয়ে পাব দলীয় টিকত আজি হ’ৱ প্ৰায় চূড়ান্ত | BJP-AGP-UPPL মিত্ৰজোটৰ প্ৰাৰ্থীৰ তালিকা আজি বিয়লি ভাগত ঘোষণা হোৱাটো প্ৰায় চূড়ান্ত
উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাগৰাকীও সম্ভাৱনাপূৰ্ণ মডেলৰ অংশগ্ৰহণেৰে সোমবাৰে গুৱাহাটীৰ শিল্পগ্ৰামত অন্ত পৰে আইক’নিক ফেচ্ অৱ্ নৰ্থ ইষ্ট ২০২১ শীৰ্ষক সৌন্দৰ্য প্ৰতিযোগিতা। উত্তৰ-পূবৰ আঠোখন ৰাজ্যত অনুষ্ঠিত অডিচনৰ জৰিয়তে নিৰ্বাচিত প্ৰতিযোগীসকলে শিল্পগ্ৰামত অনুষ্ঠিত গ্ৰেণ্ড ফিনালেত অংশগ্ৰহণ কৰে। ভিএলচিচি ফেমিনা মিছ ইণ্ডিয়া অসম অমৃতা কাশ্যপো এই সৌন্দৰ্য প্ৰতিযোগিতাত উপস্থিত থাকে। প্ৰতিযোগিতাখনত লগতে উপস্থিত থাকে অভিনেতা