অৱশেষত আৰক্ষীৰ জালত পৰিল বিজেপি নেত্ৰী দিপাঞ্জলী কাকতি। শনিবাৰে কাকপথাৰ আৰক্ষীয়ে নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি পৰিচয় দিয়া বিজেপিৰ নেত্ৰীগৰাকীক। ঘটনা অনুসৰি, যোৱা ৮ নবেম্বৰত কাকপথাৰ থানাত প্ৰৱেশ কৰি বিজেপিৰ
Category: Assamese News
আজি ঘোষণা কৰা হ’ল অসমসহ ৫ ৰাজ্যৰ নিৰ্বাচনৰ তাৰিখ। অসমত প্ৰথম ৪৭ টা সমষ্টিৰ বাবে ২৭ মাৰ্চত, দ্বিতীয় পৰ্যায়ত ৩৯ সমষ্টিৰ বাবে ১ এপ্ৰিল আৰু তৃতীয় পৰ্যায়ত ৪০ টা সমষ্টিৰ
ধিং এক্সপ্ৰেছ হিমা দাসক উপ আৰক্ষী অধীক্ষক হিচাপে নিযুক্ত কৰা হয় । আজি মহানগৰীৰ সৰুসজাইত অনুষ্ঠিত হোৱা ৫৯৭ উপ-পৰিদৰ্শকৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত হিমা দাসকো উক্ত পদত নিযুক্ত কৰা হয়
পাণবজাৰ আৰক্ষীয়ে আজি লাখটকীয়াৰ ২নং গেটত অভিযান চলাই ড্রাগ্ছসহ এগৰাকী মহিলাক গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত ২নং গেটত অভিযান চলাই জায়েদা খাতুন নামৰ ড্রাগ্ছ ব্যৱসায়ী মহিলাগৰাকীক গ্রেপ্তাৰ কৰাৰ
হোৱাটছএপ বৰ্তমান সকলোৱে ব্যৱহাৰ কৰে। কিন্তু হোৱাটছএপ ব্যৱহাৰকাৰী সকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। যদি হোৱাটছএপৰ নতুন প্ৰাইভেচি আপডেট গ্ৰহণ নকৰে তেতিয়া অহা ১৫ মে’ৰ পৰা এই এপটো ব্যৱহাৰ কৰিব নোৱাৰিব।