উত্তৰাখণ্ডৰ জলপ্রলয়ত কালিলৈ অসমৰ দুগৰাকী যুৱক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছিল যদিও আজি পুনৰ আন এগৰাকী যুৱক সন্ধানহীন বুলি খবৰ পোৱা গৈছে। নগাঁও জিলাৰ কামপুৰ আৰক্ষী চকীৰ অন্তর্গত উত্তৰ চাংচকীৰ দুই ভাতৃ অমৰজ্যোতি দাস আৰু কমল দাসৰ লগতে হোজাইৰ শশান দালু নামৰ যুৱকগৰাকীও সন্ধানহীন হৈ আছে। কালি হঠাতে
Category: Assamese News
কোন হ’ব পানেৰী বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ? চৰ্চাত জিলা কাৰ্যনিৰ্বাহক তথা সমাজ সেৱিকা জোনমনি শইকীয়াৰ নাম | বিধানসভা নিৰ্বাচনৰ বাবে কিছু দিন বাকী | ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ অভিযান ক্ষীপ্ৰতৰ | পিছে কোন সমষ্টিত কোনে পাব দলীয় টিকত এতিয়াওঁ ঘোষণা হোৱা নাই | ৬৪ নং পানেৰী বিধানসভা সমষ্টিত বিজেপি
গুৱাহাটী, ২ ফেব্ৰুৱাৰী: অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই নিজৰ বিবাহ সম্পৰ্কত সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি কয় যে এয়া প্ৰকৃতিৰ নিয়ম ৷ অভিনেত্ৰী গৰাকীয়ে কয় -“প্ৰকৃতিৰ নিয়ম বুলিয়ে মই মানি লৈছোঁ ৷ সকলোকে এজন সংগীৰ প্ৰয়োজন ৷ মোৰ পিতৃ, মাতৃ, মোৰ প্ৰয়াত স্বামীৰ শাহু শহুৰ, মোৰ শুভাকাংশী সকল, সকলোৰে
– ৫ ফেব্ৰুৱাৰীত নিযুক্তি দিয়া হব ২৯৭০০ শিক্ষকক। – ১৬৯৮ খন প্ৰাথমিক বিদ্যালয় কৰা হ’ব প্ৰাদেশীকৰণ । – ২১০৭ খন মাধ্যমিক বিদ্যালয় প্ৰাদেশীকৰণ কৰা হ’ব। – ৩৩ খন মহাবিদ্যালয় প্ৰাদেশীকৰণ কৰা হ’ব। – প্ৰাথমিক বিদ্যালয়ত ৪৪৯৩ গৰাকী টেট শিক্ষক দিয়া হ’ব নিযুক্তি। -৮ লাখ চাহ শ্ৰমিকৰ বেংক একাউন্টত দিয়া হ’ব
গুৱাহাটী মহানগৰীৰ দিছপুৰ সমষ্টিৰ অন্তর্গত একাংশ অঞ্চলক আজিও উন্নয়নমূলক আঁচনিয়ে ঢুকি পোৱা নাই৷ নির্বাচনৰ সময়ত বিভিন্ন দলৰ প্রতিনিধিয়ে সমষ্টিৰ ৱার্ডসমূহত প্রৱেশ কৰি যাৱতীয় সমস্যা সমাধানৰ প্রতিশ্রুতিৰ বন্যা বোৱাই ৰাইজৰ ভোট আদায় কৰি ক্ষমতা ভোগ কৰি আহিছে যদিও বছৰ বছৰ ধৰি অঞ্চলবাসীৰ সমস্যা সমাধান কৰাৰ ক্ষেত্রত ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত