Advertisement

Category: Assamese News

এইবাৰৰ নির্বাচনৰ পাছতে নিঃশেষ হৈ যাব বিপিএফ

এইবাৰৰ নির্বাচনৰ পাছতে নিঃশেষ হৈ যাব বিপিএফ

এইবাৰৰ বিধানসভা নির্বাচনৰ পাছতেই হাগ্রামা মহিলাৰী আৰু বিপিএফ দল নিঃশেষ হৈ যাব৷ –এই মন্তব্য বিজেপিৰ ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ৷ মঙলবাৰে এখন সংবাদ মেলত সাংসদ দৈমাৰীয়ে কয় যে এতিয়া বিটিচিৰ মানুহে

অসমলৈ আহিব অৰবিন্দ কেজৰিৱাল:অসম জাতীয় পৰিষদ,ৰাইজৰ দলৰ প্ৰাৰ্থীৰ হৈ চলাব প্ৰচাৰ

অসমলৈ আহিব অৰবিন্দ কেজৰিৱাল:অসম জাতীয় পৰিষদ,ৰাইজৰ দলৰ প্ৰাৰ্থীৰ হৈ চলাব প্ৰচাৰ

অসমলৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমলৈ আহি অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ প্ৰাৰ্থীৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ। ইতিমধ্যে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে এই

ULFA আৰু কুইপ’ৰ আলোচনা সফল:৫ হাজাৰ যুৱকক দিব চাকৰি,ঘূৰি আহিব কুইপ’ৰ অপহৃত কৰ্মচাৰী

ULFA আৰু কুইপ’ৰ আলোচনা সফল:৫ হাজাৰ যুৱকক দিব চাকৰি,ঘূৰি আহিব কুইপ’ৰ অপহৃত কৰ্মচাৰী

আলফা স্বাধীন আৰু কুইপ’ৰ মাজৰ আলোচনা সফল পৰিসমাপ্তি। আলোচনা ইতিবাচক দিশতআলোচনা ইতিবাচক দিশত। আলোচনাৰ মধ্যস্থতাকাৰী কৌশিক ফুকনে জানিবলৈ দিছে এই তথ্য। কুইপ’-এ অসমৰ ৫ হাজাৰ অভিযান্ত্ৰিক স্নাতক যুৱকক দিব চাকৰি।

জি এম চি এইচত লুৰীণজ্যোতি গগৈ:আসন বুজাবুজিৰ ক্ষেত্ৰত অখিল গগৈৰ সৈতে বহিব আলোচনাত

জি এম চি এইচত লুৰীণজ্যোতি গগৈ:আসন বুজাবুজিৰ ক্ষেত্ৰত অখিল গগৈৰ সৈতে বহিব আলোচনাত

গুৱাহাটী মেডিকেল কলেজ হাস্পতালত উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ।ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সৈতে আলোচনাত বহিব লুৰীণজ্যোতি গগৈ। দুয়োগৰাকী নেতা চিকিৎসালয়তে এক বৈঠকত মিলিত হ’ব।বৰ্তমানে গুৱাহাটী মেডিকেল কলেজ

গোঁসাইগাঁৱত নবগঠিত ডিজিটেল মিডিয়া প্রেছ ক্লাৱৰ শপত গ্ৰহণ

গোঁসাইগাঁৱত নবগঠিত ডিজিটেল মিডিয়া প্রেছ ক্লাৱৰ শপত গ্ৰহণ

শ্রীৰামপুৰ, ২৮ফেব্ৰুৱাৰী: কোকৰাঝাৰ জিলা ৰ গোঁসাইগাঁৱত সদ্যহতে নিউজ প’ৰ্টেলৰ সাংবাদিক সকলে গোঁসাইগাঁৱ ডিজিটেল মিডিয়া প্রেছ ক্লাৱ নামাকৰণ কৰি এটি সংগঠনৰ জন্ম দিয়ে। প’ৰ্টেলৰ সাংবাদিক ৰফিকুল ইছলামক সভাপতি আৰু দানছাৰাং ব্রহ্মক