Category: Assamese News

বটদ্রৱাৰ পৰা আৰম্ভ কংগ্রেছৰ বাছযাত্রা

বটদ্রৱাৰ পৰা আৰম্ভ কংগ্রেছৰ বাছযাত্রা

বিজেপিৰ অপশাসনৰ পৰা ৰাজ্যক মুক্ত কৰাৰ আহ্বানেৰে আজিৰে পৰা ৰাজ্যৰ চাৰিটা ভিন্ন স্থানৰ পৰা ভাৰতীয় জাতীয় কংগ্রেছ দলে আৰম্ভ কৰে ‘অসম বচাওঁ আহক’ শীর্ষক প্রচাৰ কার্যসূচী৷ এই অভিযানত বাছযাত্রাৰে কংগ্রেছ দলৰ শীর্ষস্থানীয় নেতাসকলে দূৰণিবটীয়া অঞ্চলসমূহলৈ গৈ ৰাইজৰ মাজত প্রচাৰ চলাব৷ গুৰুজনাৰ জন্মস্থান বটদ্রৱা থান, গুৱাহাটী, শিৱসাগৰ, শিলচৰ এই চাৰিটা স্থানৰ

আজি বিধানসভাৰ নতুন ভৱনত আৰম্ভ হ’ল সদন

আজি বিধানসভাৰ নতুন ভৱনত আৰম্ভ হ’ল সদন

দীঘলীয়া প্রতীক্ষাৰ অন্তত শুকুৰবাৰে অসম বিধানসভাৰ নির্মীয়মাণ ভৱন মুকলি হ’ল৷ দিছপুৰৰ পুৰণি জনতা ভৱনৰ স্থানত নির্মাণ হোৱা ভৱনটো সম্পূর্ণ হ’বলৈ বহু বাকী আছে যদিও অনানুষ্ঠানিকভাৱে আজি এটা দিনৰ বাবে উক্ত ভৱনতে বহিব সদন৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, বিধানসভাৰ অধ্যক্ষ হিতেন্দ্রনাথ গোস্বামী, উপাধ্যক্ষ আমিনুল হক লস্কৰৰ লগতে

সাংবাদিক সঞ্জীৱ গোস্বামীৰ মৃত্যু

সাংবাদিক সঞ্জীৱ গোস্বামীৰ মৃত্যু

নগাঁও চহৰৰ ছোটহয়বৰগাঁৱৰ নিবাসী,জি আই টিৰ সঞ্চালক , সাংবাদিক সঞ্জীৱ গোস্বামী (৪৮)ৰ আজি পুৱা গুৱাহাটীত মৃত্যু হয়। জানিব পৰা মতে- গুৱাহাটীৰ বাসগৃহত আজি পুৱা বহু দেৰিলৈকে শোৱাৰ পৰা নুঠাৰ বাবে তেওঁৰ পত্নীয়ে মাত দিয়াত কোনো সঁহাৰি নোপোৱাত ততাতৈয়াকৈ সঞ্জীৱ গোস্বামীক গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰে যদিও চিকিৎসকে তেওঁক মৃত্যু হোৱা

‘বুলেট চলাবলৈ সাজু থাককঃ’ ছাত্ৰ সমাজক উদ্দেশ্যি ক’লে হিমন্ত বিশ্ব শৰ্মাই

‘বুলেট চলাবলৈ সাজু থাককঃ’ ছাত্ৰ সমাজক উদ্দেশ্যি ক’লে হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যৰ স্বাস্থ্য শিক্ষা তথা বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি সৰভোগত এখন জন সভাত অংশ গ্ৰহণ কৰে। এই সভাতেই মন্ত্ৰী গৰাকীয়ে কয় যে অহা বৰ্ষত ছাত্ৰ সকলক বুলেট প্ৰদান কৰিব। কিন্তু মন্ত্ৰী গৰাকীয়ে কি চৰ্তত বুলেট প্ৰদান কৰিব সেইটো ৰাজহুৱা নকৰিলে। মন্ত্ৰী গৰাকীয়ে কয় যে আপোনালোকে বাইক চলাব সাজু নে।

এইবাৰ কংগ্ৰেছৰ বাম্পাৰ অফাৰ:লাভ কৰিব আই ফোন,নগদ ধন

এইবাৰ কংগ্ৰেছৰ বাম্পাৰ অফাৰ:লাভ কৰিব আই ফোন,নগদ ধন

আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে এইবাৰ কংগ্ৰেছৰ বাম্পাৰ অফাৰ।লাভ কৰিব আই ফোন (iPhone)ৰ পৰা আৰম্ভ কৰি নগদ ধনলৈকে বিভিন্ন পুৰস্কাৰ।এক ব্যতিক্ৰমী প্ৰচাৰ অভিযান আৰম্ভ কৰিলে অসম প্ৰদেশ কংগ্ৰেছে।   কংগ্ৰেছে মঙলবাৰে ছ’চিয়েল মিডিয়াত ‘অসম বচাওঁ’ শ্ল’গানেৰে এটি ভিডিঅ’ প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে।নিৰ্বাচনী ইস্তাহাৰৰ বাবে ছ’চিয়েল মিডিয়াৰ জৰিয়তে ৰাইজৰ পৰামৰ্শ বিচাৰিলে কংগ্ৰেছে।এই প্ৰতিযোগিতাৰ জৰিয়তে অসমে