Category: Assamese News

ULFA আৰু কুইপ’ৰ আলোচনা সফল:৫ হাজাৰ যুৱকক দিব চাকৰি,ঘূৰি আহিব কুইপ’ৰ অপহৃত কৰ্মচাৰী

ULFA আৰু কুইপ’ৰ আলোচনা সফল:৫ হাজাৰ যুৱকক দিব চাকৰি,ঘূৰি আহিব কুইপ’ৰ অপহৃত কৰ্মচাৰী

আলফা স্বাধীন আৰু কুইপ’ৰ মাজৰ আলোচনা সফল পৰিসমাপ্তি। আলোচনা ইতিবাচক দিশতআলোচনা ইতিবাচক দিশত। আলোচনাৰ মধ্যস্থতাকাৰী কৌশিক ফুকনে জানিবলৈ দিছে এই তথ্য। কুইপ’-এ অসমৰ ৫ হাজাৰ অভিযান্ত্ৰিক স্নাতক যুৱকক দিব চাকৰি।

জি এম চি এইচত লুৰীণজ্যোতি গগৈ:আসন বুজাবুজিৰ ক্ষেত্ৰত অখিল গগৈৰ সৈতে বহিব আলোচনাত

জি এম চি এইচত লুৰীণজ্যোতি গগৈ:আসন বুজাবুজিৰ ক্ষেত্ৰত অখিল গগৈৰ সৈতে বহিব আলোচনাত

গুৱাহাটী মেডিকেল কলেজ হাস্পতালত উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ।ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সৈতে আলোচনাত বহিব লুৰীণজ্যোতি গগৈ। দুয়োগৰাকী নেতা চিকিৎসালয়তে এক বৈঠকত মিলিত হ’ব।বৰ্তমানে গুৱাহাটী মেডিকেল কলেজ

গোঁসাইগাঁৱত নবগঠিত ডিজিটেল মিডিয়া প্রেছ ক্লাৱৰ শপত গ্ৰহণ

গোঁসাইগাঁৱত নবগঠিত ডিজিটেল মিডিয়া প্রেছ ক্লাৱৰ শপত গ্ৰহণ

শ্রীৰামপুৰ, ২৮ফেব্ৰুৱাৰী: কোকৰাঝাৰ জিলা ৰ গোঁসাইগাঁৱত সদ্যহতে নিউজ প’ৰ্টেলৰ সাংবাদিক সকলে গোঁসাইগাঁৱ ডিজিটেল মিডিয়া প্রেছ ক্লাৱ নামাকৰণ কৰি এটি সংগঠনৰ জন্ম দিয়ে। প’ৰ্টেলৰ সাংবাদিক ৰফিকুল ইছলামক সভাপতি আৰু দানছাৰাং ব্রহ্মক

প্ৰধানমন্ত্ৰীয়ে ডিঙিত গামোচা লৈ এইমছত ল’লে ক’ৰোনা ভেকচিনৰ প্ৰথমটো ড’জ

প্ৰধানমন্ত্ৰীয়ে ডিঙিত গামোচা লৈ এইমছত ল’লে ক’ৰোনা ভেকচিনৰ প্ৰথমটো ড’জ

দেশত আজিৰে পৰা আৰম্ভ হোৱা ক’ৰোনা ভেকচিন প্ৰদানৰ দ্বিতীয় পৰ্যায়ৰ প্ৰথম দিনটোত দিল্লীৰ এইমছত ক’ৰোনা ভেকচিন ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ক’ৰেনা ভেকচিনৰ প্ৰথমটো ড’জ লোৱা অৱস্থাত প্ৰধানমন্ত্ৰীগৰাকীৰ ডিঙিত আছিল অসমৰ

পুনৰ বৃদ্ধি ৰন্ধন গেছৰ মূল্যঃ আজিৰ পৰা এই দামত কিনিব লাগিব চিলিণ্ডাৰ…

পুনৰ বৃদ্ধি ৰন্ধন গেছৰ মূল্যঃ আজিৰ পৰা এই দামত কিনিব লাগিব চিলিণ্ডাৰ…

আকৌ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। পেট্ৰ’ল–ডিজেলৰ লগতে ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দামো। পৰ্যায়ক্ৰমে ৰন্ধন গেছৰ মূল্য বৃদ্ধি পাইছে। মাহৰ আৰম্ভণিতে মাজনিশা পুনৰ দাম বৃদ্ধি কৰা হ’ল।