Category: Assamese News

‘শংকৰদেৱ চাহাবঃ আজমলে কৰা মন্তব্য ৰীতিমতে নহ’লেও, অপমানসূচক নহয়

‘শংকৰদেৱ চাহাবঃ আজমলে কৰা মন্তব্য ৰীতিমতে নহ’লেও, অপমানসূচক নহয়

‘সম্প্রতি উগ্র হিন্দুত্ববাদীসকলে মুছলমানৰ কিবা উক্তিত হিন্দুবিদ্বেষী কথা আছে নেকি, তাকেই খুঁচৰি ফুৰে৷ কিবা অলপ পালেই হুলস্থূল আৰম্ভ কৰে৷ অলপতে বদৰুদ্দিন আজমলৰ এটা উক্তিক লৈ তুমুল হৈ–চৈ লগোৱা হৈছিল৷ তেওঁ ‘শংকৰদেৱ চাহাব’ বুলি সম্বোধন কৰিছিল৷ ভাগ্য ভাল যে আজমলে তৎক্ষণাৎ ক্ষমা খুজি ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ হোৱাৰ পৰা ৰক্ষা কৰিলে৷

স্বাস্থ্যমন্ত্রী ড০ শর্মাৰ ঘোষণা: থেলাছেমিয়াত আক্রান্ত শিশুৰ বাবে নিশ্চিত কৰা হ’ব তেজৰ যোগান

স্বাস্থ্যমন্ত্রী ড০ শর্মাৰ ঘোষণা: থেলাছেমিয়াত আক্রান্ত শিশুৰ বাবে নিশ্চিত কৰা হ’ব তেজৰ যোগান

ৰাজ্যৰ থেলাছেমিয়া ৰোগত আক্রান্ত শিশুৰ অভিভাৱকসকলৰ বাবে এক সকাহৰ খবৰ৷ ১৪ বছৰৰ তলৰ বয়সৰ যিসকল শিশু এই গুৰুতৰ ৰোগত আক্রান্ত হৈছে, তেওঁলোকৰ বাবে জিলাই জিলাই তেজৰ যোগান নিশ্চিত কৰা হ’ব৷  ‘নিউজ লাইভ’ৰ বিশেষ অনুষ্ঠান ‘আশা–নৱ জীৱনৰ প্রয়াস’ত অংশগ্রহণ কৰি এই ঘোষণা কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এইক্ষেত্রত তেওঁ

কাইলৈ অসমলৈ আহিব ৰাহুল গান্ধী

কাইলৈ অসমলৈ আহিব ৰাহুল গান্ধী

কাইলৈ অসমলৈ আহিব কংগ্ৰেছৰ জেষ্ঠ নেতা, সাংসদ ৰাহুল গান্ধী ৷ কংগ্ৰেছ দলৰ মিডিয়া বিভাগৰ অধ্যক্ষ ববিতা শৰ্মাই জনোৱা অনুসৰি কাইলৈ ১০.৩০ বজাৰ পৰা শিৱসাগৰৰ ব’র্ডিং খেলপথাৰত অনুষ্ঠিত হ’ব এখন ৰাজহুৱা সভা আৰু ১১ বজাত জনতাক সম্বোধন কৰিব ৰাহুল গান্ধীয়ে ৷ উল্লেখ্য যে ইয়াৰ আগতে তৰুণ গগৈক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰাহুল

মালিগাঁৱত বাহনৰ খুন্দাত নাহৰফুটুকীৰ মৃত্যু

মালিগাঁৱত বাহনৰ খুন্দাত নাহৰফুটুকীৰ মৃত্যু

গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ মালিগাঁও বৰিপাৰা উৰণীয়া সেতুৰ ওপৰত কালি নিশা কোনো বাহনৰ খুন্দাত এটা নাহৰফুটুকীৰ পোৱালি নিহত হয়৷ প্রাপ্ত খবৰ মতে, নিশা প্রায় ৭.৪৫ মান বজাত উৰণীয়া সেতুৰ লগত থকা পদপথত তেজেৰে লুতুৰি–পুতুৰি হৈ মৃত অৱস্থাত থকা নাহৰফুটুকীৰ পোৱালিটো প্রত্যক্ষ কৰি কোনো লোকেবন বিভাগৰ খানামুখ খণ্ড বন কার্যালয়ৰ খণ্ড বিষয়া

অখিল গগৈক বন্দী কৰি নির্বাচনত জয়ী হোৱাৰ স্বপ্ণ বিজেপিৰ

অখিল গগৈক বন্দী কৰি নির্বাচনত জয়ী হোৱাৰ স্বপ্ণ বিজেপিৰ

অখিল গগৈ অবিহনেই ২০২১ৰ বিধানসভা নির্বাচনলৈ সাজু হৈছে ৰাইজৰ দল৷ অহা নির্বাচনত দলটোৱে অসমৰ ৰাইজৰ সহযোগত সর্বশক্তিৰে অৱতীর্ণ হ’ব৷ কালি উচ্চতম ন্যায়ালয়ত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ জামিন আবেদন নাকচ হোৱাৰ পাছত শুকুৰবাৰে এখন সংবাদ মেল সম্বোধন কৰি দলৰ কার্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়াই কয় যে চৰকাৰে অখিল গগৈক ভয়