মহানগৰীৰ হাতীগাঁৱৰ পৰা এগৰাকী বোৱাৰীক পলুৱাই নিয়াৰ অভিযোগত আৰক্ষীয়ে দুজন যুৱকক গ্রেপ্তাৰ কৰে৷ ধৃত যুৱক দুজন গোৱালপাৰা জিলাৰ বিদ্যানগৰৰ ছাইফুল আলম (২৭) আৰু হেদায়েৎপুৰৰ খাইৰুল ইছলাম (২৪) বুলি জানিব পৰা
Category: Assamese News
গুৱাহাটী মহানগৰীত নতুনকৈ চাৰিখন উৰণীয়া পদসেতু নির্মাণ কৰিব পৌৰ নিগম কর্তৃপক্ষই৷ এই ঘোষণা মন্ত্রী সিদ্ধার্থ ভট্টাচার্যৰ৷ আজি শংকৰদেৱ কলাক্ষেত্রত অনুষ্ঠিত অস্থায়ী কর্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ নিযুক্তি–পত্র বিতৰণ কৰি সংবাদ মাধ্যমৰ আগত
এগৰাকী স্পাইচ গার্লৰ নামেৰে নামকৰণ কৰা চেউৰী গৰু পোৱালি এজনীৰ বিক্রী মূল্যই অভিলেখ গঢ়িছে পৃথিৱীত৷ ‘প’ছ স্পাইচ’ নামৰ এই চেউৰী গৰু পোৱালিজনী বিক্রী হৈছে ২ লাখ ৬২ হাজাৰ পাউণ্ড অর্থাৎ
“গ’ বেক মোদী” শ্ল’গান দি বিতর্কত সোমাই পৰিছে তামিল অভিনেত্রী অভিয়া। মোদীৰ তামিলনাডু ভ্ৰমণৰ পূৰ্বে অভিয়াই কিয় ‘গো বেক মোদী’ শ্লোগান দিছিল সেই বিষয়ে এক তীব্ৰ চৰ্চা লাভ কৰিছে। যাৰপিছতে
২৫ ফেব্ৰুৱাৰীত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। মহাপুৰুষ শংকৰদেৱৰ জন্মস্থানস্থিত বটদ্ৰৱা থান দৰ্শন কৰি শ্বাহে থান প্ৰকল্পৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ লগতে বটদ্ৰৱাত আয়োজন কৰা জনসভাত অংশ লৈ