গুৱাহাটী মহানগৰীৰ দিছপুৰ সমষ্টিৰ অন্তর্গত একাংশ অঞ্চলক আজিও উন্নয়নমূলক আঁচনিয়ে ঢুকি পোৱা নাই৷ নির্বাচনৰ সময়ত বিভিন্ন দলৰ প্রতিনিধিয়ে সমষ্টিৰ ৱার্ডসমূহত প্রৱেশ কৰি যাৱতীয় সমস্যা সমাধানৰ প্রতিশ্রুতিৰ বন্যা বোৱাই ৰাইজৰ ভোট
Category: Assamese News
সর্বশিক্ষা অভিযান, অসমৰ অধীনৰ প্রাথমিক বিদ্যালয়, প্রাক্ প্রাথমিক বিদ্যালয় আৰু নিম্ন বুনিয়াদী (জুনিয়ৰ বেছিক) বিদ্যালয়সমূহত কর্মৰত ঠিকাভিত্তিক শিক্ষকসকললৈ সুখবৰ কঢ়িয়াই আনিছে ৰাজ্য চৰকাৰে৷ এই শিক্ষকসকলৰ দীর্ঘদিনীয়া দাবী পূৰণ কৰি ৰাজ্য
ধর্মীয় মেৰুকৰণেৰে জাতিৰ অস্তিত্ব বিলুপ্ত কৰিব খোজা শত্রুক আমি পদূলিমুখতে ভেটা দিব লাগিব৷ নহ’লে সেই শত্রুৱে আমাৰ ঘৰৰত সোমাবলৈ সক্ষম হ’লে আমাৰ নিস্তাৰ নাই৷ অসম জাতীয় পৰিসদৰ মৰিগাঁও বিধানসভা কমিটীৰ
অসম চৰকাৰৰ শিক্ষা বিভাগৰ অভিলাষী আঁচনি অসম ভাষা গৌৰৱ আঁচনিৰ অধীনত ভাষা–সাহিত্যৰ বিকাশৰ ক্ষেত্রত বিশেষ বৰঙণি আগবঢ়োৱা ৰাজ্যৰ সকলো থলুৱা ভাষাৰ ৬০ বছৰ বয়সৰ অনূর্ধ্ব ৬০০গৰাকী নির্বাচিত লেখক–লেখিকাক ৰাজ্য চৰকাৰে
প্রমোদ বড়ো নেতৃত্বাধীন বিটিচি পৰিষদীয় মিত্রজোঁট চৰকাৰৰ আৰু ছয় গৰাকী নির্বাচিত সদস্যই কার্যবাহী সদস্য হিচাপে আজি শপত গ্রহণ কৰে৷ বিধান পৰিষদীয় ভৱনৰ প্রেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত নির্বাচিত সদস্যকেইগৰাকীয়ে কার্যবাহী সদস্য