ৰাজ্য চৰকাৰে অসমৰ বাহিৰৰ পৰা অনা হাঁহ-কুকুৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। দেশৰ কিছুমান ঠাইত এভিয়ান ইনফ্লুয়েঞ্জা অৰ্থাৎ পক্ষী জ্বৰত আক্ৰান্ত হৈ ভালেমান হাঁহ, কুকুৰা, চৰাই আদিৰ মৃত্যু হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কতামূলক ব্যৱস্থা হিচাপে এই পদক্ষেপ গ্ৰহণ কৰিছে। বাহিৰৰ পৰা খাদ্যৰ বাবে অনা হাঁহ-কুকুৰাৰ পৰা যাতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ইয়াৰ
Category: Assamese News
‘নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন জুবিন গাৰ্গে নিজৰ সুবিধাৰ বাবে কৰিছিল। আৰু সেই কথা এতিয়া স্পষ্ট হৈ পৰিছে। নাগৰিকত্ব সংশোধনী আন্দোলন ৰাজনৈতিক মুনাফাৰ বাবে কৰা হৈছিল। আন্দোলন কৰি সাংসদ হ’ল অজিত্ কুমাৰ ভূঞা, ৰাজনৈতিক দল খুলিলে লুৰিণজ্যোতি গগৈয়ে।’ -মাজুলীত উপস্থিত হৈ এই বিস্ফোৰক অভিযোগ কণ্ঠশিল্পী তথা বিজেপি নেতা বিদ্যাসাগৰে। বিদ্যাসাগৰে
১১ মে’ৰ পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা আৰু সমাপ্ত হ’ব ১৪ জুনত। আজি প্ৰকাশ কৰা সময়সূচী অনুযায়ী পুৱা ৯ বজাৰ পৰা ১২ বজালৈ আৰু দিনৰ ১.৩০ বজাৰ ৪.৩০ বজালৈ অনুষ্ঠিত হ’ব পৰীক্ষা। আনহাতে প্ৰেক্টিকেল পৰীক্ষা আৰম্ভ হ’ব এপ্ৰিলৰ ২০ তাৰিখৰ পৰা ৫ মে’লৈ। পূৰ্বৰ তুলনাত পৰীক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি
কেন্দ্রীয় শিক্ষামন্ত্রী ৰমেশ পখৰিয়ালে আজি ঘোষণা কৰিছে যে আইআইটিত নামভর্তিৰ বাবে ২০২১ৰ জেইই এডভান্সড প্রৱেশ পৰীক্ষা ৩ জুলাইত অনুষ্ঠিত কৰা হ’ব৷ আইআইটি খৰগপুৰে জেইই এডভান্সড ২০২১ প্রৱেশ পৰীক্ষা আয়োজন কৰিব৷ এই প্রৱেশ পৰীক্ষাত অৱতীর্ণ হ’বলগীয়া সকলো শিক্ষার্থীকে শুভেচ্ছা জ্ঞাপন কৰিছে শিক্ষামন্ত্রীগৰাকীয়ে৷ জেইই এডভান্সড ২০২১ প্রৱেশ পৰীক্ষাৰ বাবে সকলো শিক্ষার্থীকে প্রস্তুত
ৰাজ্যত ছয় জনগোষ্ঠীলৈ সুখবৰ কঢ়িয়াই অচিৰেই জনজাতিকৰণ প্রক্রিয়া সম্পূর্ণ হোৱাৰ কথা প্রকাশ কৰিে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি ছেৰফাংগুৰিৰ কলবাৰীত অনুষ্ঠিত আক্রাছুৰ কেন্দ্রীয় শ্বহীদ দিৱসত উপস্থিত থাকি এই কথা ঘোষণা কৰিলে মন্ত্রীগৰাকীয়ে৷ শ্বহীদ দিৱস অনুষ্ঠানত ভাষণ প্রসংগত মন্ত্রীগৰাকীয়ে জনজাতিকৰণ সন্দর্ভত কয়– জনজাতিকৰণ এক জটিল বিষয় আৰু