অসমৰ যুৱক শান্তনু হাজৰিকাৰ সৈতে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি হাছানে ফটো শ্বেয়াৰ কৰাৰ পিছতেই ছ’চিয়েল মিডিয়াত আলোচনাৰ বিষয় হৈ পৰিছে যে অসমৰ যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক নেকি শ্ৰুতি হাছানৰ ।
Category: Assamese News
আলফা স্বাধীনে আজি কুইপোৰ কৰ্মচাৰী ৰাম কুমাৰৰ মৃত্যুদণ্ডৰ দিন ঘোষণা কৰাৰ লগতে কুইপো আৰু অইল ইণ্ডিয়াক লৈও জাননী জাৰি কৰিছে। আলফা স্বাধীনে এই সম্পৰ্কে প্ৰকাশ কৰা বিবৃতিত কোৱা হৈছে এইদৰে-
যোৰহাটৰ বাঘমৰাত বনভোজ খাবলৈ গৈ মঙলবাৰে ব্ৰহ্মপুত্ৰৰ বুকুত দুৰ্ঘটনাগ্ৰস্ত হৈছিল এখন নাও ৷ দুৰ্ঘটনাত পতিত নাওখনত থকা ১৪-১৫ জনীয়া এটা দলে বাঘমৰালৈ বনভোজ খাবলৈ গৈ থকাৰ সময়তে ব্ৰহ্মপুত্ৰৰ বুকুত ডুব
আলফা স্বাধীনৰ হাতত বন্দী হৈ থকা অইল কোম্পানী কুইপোৰ ৰেডিঅ’ অপাৰেটৰ ৰাম কুমাৰক মৃত্যুদণ্ড বিহাৰ ভাবুকি দিছে আলফা স্বাধীনে। সশস্ত্ৰ সংগঠনটোৱে অহা ১৬ ফেব্ৰুৱাৰীৰ ভিতৰত কুইপ’ৰ বিষয়াগৰাকীৰ মুক্তিৰ ক্ষেত্ৰত কোম্পানীটোৱে
আজি দেশে পালন কৰিছে ৭২সংখ্যক গণৰাজ্য দিৱস। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, উপ–ৰাষ্ট্ৰপতি ভেংকায়া নাইডু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংসহ আন কেন্দ্ৰীয় মন্ত্ৰী, ৰাহুল গান্ধী