Advertisement

Category: Assamese News

আলফাই ১৭ ফেব্ৰুৱাৰীত মৃত্যুদণ্ড বিহিব ৰাম কুমাৰকঃ বিষয়াৰ মুক্তিৰ বাবে তৎপৰ নহয় কুইপ’ কোম্পানী

আলফাই ১৭ ফেব্ৰুৱাৰীত মৃত্যুদণ্ড বিহিব ৰাম কুমাৰকঃ বিষয়াৰ মুক্তিৰ বাবে তৎপৰ নহয় কুইপ’ কোম্পানী

আলফা স্বাধীনৰ হাতত বন্দী হৈ থকা অইল কোম্পানী কুইপোৰ ৰেডিঅ’ অপাৰেটৰ ৰাম কুমাৰক মৃত্যুদণ্ড বিহাৰ ভাবুকি দিছে আলফা স্বাধীনে। সশস্ত্ৰ সংগঠনটোৱে অহা ১৬ ফেব্ৰুৱাৰীৰ ভিতৰত কুইপ’ৰ বিষয়াগৰাকীৰ মুক্তিৰ ক্ষেত্ৰত কোম্পানীটোৱে

আজি ৭২সংখ্যক গণৰাজ্য দিৱস, পুৱাই শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী মোদীৰ

আজি ৭২সংখ্যক গণৰাজ্য দিৱস, পুৱাই শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী মোদীৰ

আজি দেশে পালন কৰিছে ৭২সংখ্যক গণৰাজ্য দিৱস। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, উপ–ৰাষ্ট্ৰপতি ভেংকায়া নাইডু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংসহ আন কেন্দ্ৰীয় মন্ত্ৰী, ৰাহুল গান্ধী

আধাৰৰ দৰে ভোটাৰ কাৰ্ডঃ আজিৰ পৰা ডাউনলোড কৰা যাব ই-ভোটাৰ কার্ড

আধাৰৰ দৰে ভোটাৰ কাৰ্ডঃ আজিৰ পৰা ডাউনলোড কৰা যাব ই-ভোটাৰ কার্ড

আধাৰৰ দৰেই এইবাৰ ভোটাৰ কার্ডো ডিজিটালাইজ হৈছে। সোমবাৰে ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত এই সেৱা আৰম্ভ কৰিছে নির্বাচন কমিশ্যনে। নির্বাচন কমিশ্যনে জনাইছে, কমিশ্যনৰ ৱেবচাইটৰ পৰা এই ই-এপিক ডাউনলোড কৰা যাব। কাৰ্ডৰ বাবে

২৭ জানুৱাৰীৰ পৰা ৰাজ্যত ধাৰাবাহিক চকা বন্ধ

২৭ জানুৱাৰীৰ পৰা ৰাজ্যত ধাৰাবাহিক চকা বন্ধ

মটৰ শ্ৰমিক সংগঠনৰৰ যৌথ মঞ্চৰ প্ৰতিবাদ। অহা ২৭ জানুৱাৰীত মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চই আহ্বান জনাইছে চকা বন্ধৰ। চৰকাৰে সংগঠনটোৰ দাবী মানি নোলোৱাৰ প্ৰতিবাদত চকা বন্ধৰ কাৰ্যসূচী হাতত লৈছে। ইফালে চৰকাৰে

ছিকিমৰ নাকু-লাত ভাৰত-চীন সেনাৰ সংঘৰ্ষঃ বহু জোৱান আহত

ছিকিমৰ নাকু-লাত ভাৰত-চীন সেনাৰ সংঘৰ্ষঃ বহু জোৱান আহত

লাডাখৰ এল এ চিত চীন–ভাৰতৰ সেনাই যুদ্ধংদেহি মনোভাব লৈ থকাৰ সময়তে ছিকিমৰ নাকু লা অঞ্চলৰ ওচৰত যোৱা সপ্তাহত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (LAC) কাষত শাৰীৰিক বিবাদত জড়িত হয় ভাৰত আৰু চীনৰ