প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অসম ভ্রমণৰ প্রাক্সন্ধিয়া ৰাজ্যজুৰি সদৌ অসম ছাত্র সন্থা আৰু আৰক্ষী বাহিনীৰ মাজত সংঘর্ষময় পৰিস্থিতিৰ সৃষ্টি হয়৷ মহানগৰীৰ শ্বহীদ ন্যাসৰ সমীপত দুপৰীয়াৰ পৰাই বিৰাজ কৰে যুদ্ধসদৃশ পৰিৱেশ৷ উজান
Category: Assamese News
‘আজিৰে পৰা আপোনালোকৰ কেৰিয়াৰৰ সৈতে তেজপুৰ বিশ্ববিদ্যালয়ৰ নাম জীৱনজুৰি যুক্ত হৈ ৰ’ল৷ আপোনালোক আজি যিমান সুখী, ময়ো সিমানেই সুখী৷’ –দেশৰ অন্যতম অগ্রণী উচ্চশিক্ষাৰ শিক্ষানুষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ৰ অষ্টাদশ সমাৱর্তন সমাৰোহত ভার্চুৱেলযোগে
কোচ ৰাজবংশীসকলৰ ভূমিত বডোলেণ্ড গঠন কেতিয়াও মানি লোৱা নহ’ব৷ সেয়া বডোলেণ্ড টেৰিটৰিয়েল কাউঞ্চিলে হওক বা বডোলেণ্ড টেৰিটৰিয়েল ৰিজ’নে হওক৷ কোচ ৰাজবংশী যুৱ–ছাত্র সন্মিলনীয়ে বডোলেণ্ডৰ চিৰদিন বিৰোধিতা কৰি যাব৷ –এই মন্তব্য
নতুন দিল্লীঃ চৰকাৰী তৈল কোম্পানীসমূহে পেট্ৰ’ল–ডিজেলৰ (Petrol Diesel) মূল্য আজি আকৌ বঢ়াইছে। পেট্ৰ’ল–ডিজেলৰ মূল্য একেৰাহে বাঢ়ি যোৱাৰ কাৰণে উপভোক্তাৰ সমস্যা আৰু অধিক হৈ পৰিছে। বিশেষকৈ ডিজেলৰ দাম একেৰাহে বঢ়াৰ কাৰণে
বিগত ২৪ঘন্টাত দেশত ১৪, ৫৪৫ গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনাৰ সংক্ৰমণ। ইফালে এইসময়চোৱাত ১৮,০০২ গৰাকী ৰোগী সুস্থ হোৱাৰ বিপৰীতে ২৭৯গৰাকী ৰোগীৰ মৃত্যু হৈছে। সমগ্ৰ দেশত বৰ্তমানলৈ ১,০৬, ২৫, ৪২৮গৰাকী