ৰাজ্যত আকৌ ৩৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইয়াৰে ১০জন কামৰূপ মেট্ৰ’ৰ। এতিয়ালৈকে ৰাজ্যত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২১৬৩৪০জনলৈ পাইছে বৃদ্ধি। দেওবাৰে অসমত সুস্থ হৈছে ৬৭জন লোক। সুস্থ হোৱা লোকৰ সংখ্যা ৰাজ্যত ২১২১৯৬জনলৈ পাইছে বৃদ্ধি। আনহাতে, দেওবাৰে ৰাজ্যত মৃত্যু হয় ২জন লোকৰ। বৰ্তমানলৈ অসমত মৃত্যু হোৱা লোকৰ সংখ্যা ১০৫৪জনলৈ বৃদ্ধি
Category: Assamese News
দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত শনিবাৰৰ পৰা কৰ’ণা ভেক্চিনৰ dry run আৰম্ভ কৰা হৈছে । ইতিমধ্যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ক’ভিড-১৯ ভেক্চিন বিতৰণৰ বাবে google playstore বা apple store-ৰ পৰা এপ ডাউনলোড কৰিব লাগিব বুলি জনাইছে যাতে এই এপৰ জৰিয়তে নাম পঞ্জীয়ন কৰি টীকাকৰণ সূচাৰুৰূপে কৰিব পৰা যায় ৷ Co-WIN
ৰাজ্যৰ প্রধান ৯খনকৈ বিল তথা উল্লেখনীয় পর্যটন ক্ষেত্রসমূহৰ ভিতৰত ঐতিহাসিক চানডুবি বিল অন্যতম৷ কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অসম–মেঘালয় সীমান্তৱর্তী ৰাভা হাছং এলেকাৰ ৰাজাপাৰাত অৱস্থিত অনুপম প্রাকৃতিক প্রাচুর্যৰে পৰিপুষ্ট বিলখনৰ বৈচিত্র্যপূর্ণ শোভা উপভোগৰ বাবে আগমন হোৱা শত–সহস্র প্রকৃতিপ্রেমীৰ উপস্থিতিত আজি নৱবর্ষৰ পহিলা দিনটো জনসমুদ্রত পৰিণত হোৱা পৰিলক্ষিত হয়৷ ইফালে, মনোৰম
কৃতী ছাত্রীসকলে স্কুটী লাভ কৰাৰ দৰে অহা বছৰৰ পৰা কৃতী ছাত্রসকলৰ ক্ষেত্রতো চৰকাৰে চিন্তা কৰিব৷ –কালি বাগ্সা জিলাৰ মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্রাংগণত মুছলপুৰত প্রজ্ঞান ভাৰতী আঁচনিৰ অধীনত অনুষ্ঠিত বাণীকান্ত কাকতি মেধা বঁটা প্রদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি বিত্ত আৰু শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এইদৰে কয়৷ কালি
মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীলৈ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মহাবিদ্যালয়ত অধ্যয়ণৰত শিক্ষাৰ্থীৰ বাবে ১৫০০টকা আৰু বিশ্ববিদ্যালয়ত পঢ়া শিক্ষাৰ্থীয়ে পাব ২০০০টকাকৈ। শিক্ষাৰ্থীসকলে নিজৰ খৰচ বহন কৰাৰ লগতে কিতাপ-পত্ৰ কিনাত সুবিধা হোৱাৰ বাবে এই সিদ্ধান্ত। ২০২০ বৰ্ষটো ক’ভিডৰ বাবে আমাৰ বাবে অতি বেয়া আছিল যাৰবাবে আমি বহুকেইখন