Category: Assamese News

স্তব্ধ হৈ পৰিব ৰাজপথ!২৭ জানুৱাৰীত ৰাজ্যৰ ৰাজপথত নচলিব গাড়ী

স্তব্ধ হৈ পৰিব ৰাজপথ!২৭ জানুৱাৰীত ৰাজ্যৰ ৰাজপথত নচলিব গাড়ী

অহা ২৭ জানুৱাৰীত মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চই চকা বন্ধৰ আহ্বান জনাইছে । চৰকাৰে সংগঠনটোৰ দাবী মানি নোলোৱাৰ প্ৰতিবাদত সংগঠনটোৱে চকা বন্ধৰ কাৰ্যসূচী হাতত লৈছে। আনহাতে,চৰকাৰে সংগঠনটোৰ দাবী মানি নল’লে বিধানসভা

বীভৎস কামনাঃ বন্ধুৰ সৈতে লগ হৈ পত্নীক ধৰ্ষণ কৰিলে স্বামীয়ে!লোহাৰ দৰ্জাত বান্ধিছিল ভৰি…

বীভৎস কামনাঃ বন্ধুৰ সৈতে লগ হৈ পত্নীক ধৰ্ষণ কৰিলে স্বামীয়ে!লোহাৰ দৰ্জাত বান্ধিছিল ভৰি…

স্বামী-স্ত্ৰীৰ মাজত অটুট সম্পৰ্কক কলংকিত কৰা এই ঘটনা পোহৰলৈ আহিছে ৰাজস্থানৰ জালোৰ জিলাৰ পৰা। য’ত স্বামীয়ে নিজৰ পত্নীক সহকৰ্মীসকলৰ লগ হৈ দলবদ্ধ ধৰ্ষণ কৰে। জালোৰ কোটৱালি থানাৰ এগৰাকী মহিলাই তেওঁৰ

ক’ভিড ভেকচিন লোৱা ভাৰতৰ প্ৰথমগৰাকী ব্যক্তি মনীষ কুমাৰ

ক’ভিড ভেকচিন লোৱা ভাৰতৰ প্ৰথমগৰাকী ব্যক্তি মনীষ কুমাৰ

ভাৰতত আজি আৰম্ভ হোৱা ক’ভিড ছিটাকৰণৰ প্ৰথমগৰাকী ক’ভিড ছিটা লোৱা ব্যক্তিৰূপে পৰিগণিত হ’ল মনীষ কুমাৰ। ক’ৰোনাৰ সময়ৰ এগৰাকী ছেনিটেচন কৰ্মী ৰূপে ক’ভিডৰ বিৰুদ্ধে যুঁজ আগবঢ়োৱা মনীষ কুমাৰ নিয়োজিত আছিল দিল্লীৰ

ভাৰতৰ প্রথমটো নিজস্ব ৯ এমএম মেচিন পিষ্টল নির্মাণ

ভাৰতৰ প্রথমটো নিজস্ব ৯ এমএম মেচিন পিষ্টল নির্মাণ

ভাৰতে নিজস্ব প্রযুক্তিৰে প্রথমবাৰলৈ নির্মাণ কৰি উলিয়াইছে ৯ এমএম মেচিন পিষ্টল এটা৷ প্রতিৰক্ষা মন্ত্রালয়ে আজি সদৰী কৰিছে এই তথ্য৷ প্রতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডি’) আৰু স্থলসেনাই যৌথভাৱে এই মেচিন

পিষ্টল–নগদ ধনসহ ১০ অভিযুক্তক গ্রেপ্তাৰ, পলাতক ৩

পিষ্টল–নগদ ধনসহ ১০ অভিযুক্তক গ্রেপ্তাৰ, পলাতক ৩

ভটাপাৰাত সংঘটিত চাঞ্চল্যকৰ দিন–ডকাইতিত জড়িত থকাৰ অভিযোগত হাতীগাঁও আৰক্ষীয়ে অভিযান চলাই ১০ অভিযুক্তক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ হাতীগাঁও থানাৰ ভাৰপ্রাপ্ত বিষয়া বীৰেন ডেকাৰ নেতৃত্বত ধুবুৰী, গুৱাহাটী, বিহাৰত পৃথকে পৃথকে চলা