সমগ্ৰ দেশতে প্ৰতিষেধক প্রদানৰ পৰীক্ষামূলক কুচকাৱাজ আৰম্ভ হোৱাৰ মাজতে শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড৹ হৰ্ষবৰ্ধনে ভেকচিন সমগ্ৰ দেশতে বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছিল। দিল্লীৰ এখন চিকিৎসালয়ত ‘Covid-19’ ভেকচিনৰ ড্ৰাই ৰান পৰিদৰ্শন কৰি সাংবাদিকৰ প্রশ্নৰ উত্তৰত তেওঁ এই কথা সদৰী কৰিছিল। কিন্তু ঘোষণাৰ কিছু সময়ৰ পাছতে তেওঁ টুইটাৰ যোগে এই
Category: Assamese News
অসুস্থ সৌৰভ গাংগুলী। ভৰ্তি কৰোৱা হ’ল পশ্চিমবংগৰ উডছলেণ্ড হাস্পতালত। খবৰ অনুসৰি, ভাৰতীয় ক্ৰিকেট বোৰ্ডৰ সভাপতি সৌৰভ গাংগুলীক জৰুৰী বিভাগত ভৰ্তি কৰোৱা হৈছে। জনা গৈছে যে, শনিবাৰে পুৱা হঠাত্ নিজৰ ঘৰতে কিছু অসুস্থ অনুভৱ কৰিছিল গাংগুলীয়ে। জিম কৰি থকাৰ সময়ত হঠাত্ পৰি যায় প্ৰাক্তন ক্ৰিকেটাৰজন। লগে লগে চিকিত্সালয়ত ভৰ্তি কৰোৱা হয়
নতুন বছৰত ভাল খবৰ ৷ আৰম্ভ হৈছে কোভিড ভেকচিন প্ৰদান ৷ কামৰূপ মহানগৰ জিলাত কোৰোণা ভেকচিন প্ৰদানৰ বাবে প্ৰাৰম্ভিক অৱস্থাত তিনিটা কেন্দ্ৰ বাচনি কৰা হৈছে ৷ সেইকেইটা হ’ল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, সোনাপুৰ স্বাস্থ্য কেন্দ্ৰ আৰু খানাপাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ৷ এই তিনিওটা স্বাস্থ্য কেন্দ্ৰত শনিবাৰৰ পৰা কোৰোণাৰ ভেকচিন পৰীক্ষামূলক ভাবে
আজিৰে পৰা দেশৰ সকলো ৰাজ্যত আৰম্ভ হৈছে কোভিড ভেকচিনৰ ড্ৰাই ৰাণ। এই প্ৰক্ৰিয়াৰ জৰিয়তে দেশত কোভিড ভেকচিনৰ বাবে কিমান প্ৰস্তুত সেই কথা গম পোৱা যাব। দেশৰ সকলো ৰাজ্যৰ লগতে অসমতো আৰম্ভ হৈছে এই ড্ৰাই ৰাণ। গুৱাহাটী চিকিতসা মহাবিদ্যালয় হস্পাতালত আৰম্ভ হৈছে এই ড্ৰাই ৰাণ। এই ড্ৰাই ৰাণ গৈছে কোভিড ভেকচিন
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা মাৰ্চৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ’ব। পৰীক্ষা পৰিচালনা কৰিবলৈ গঠন কৰা হৈছে উচ্চ স্তৰৰ কমিটী। ক’ৰোনা মহামাৰীৰ বাবে বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হোৱা পাঠদানৰ বাবে এইবাৰ ৩০ শতাংশ পাঠ্যক্ৰম হ্ৰাস কৰি পৰীক্ষা অনুষ্ঠিত কৰা হ’ব। পৰীক্ষা স্বচ্ছভাৱে অনুষ্ঠিত কৰাৰ বাবে শিক্ষা সংসদে লৈছে আন কেইবাটাও পদক্ষেপ। এই অনুযায়ী শিক্ষা