Category: Assamese News

বিটিচিৰ দুর্নীতিৰ ফাইল খোল খাব অহা সপ্তাহত

বিটিচিৰ দুর্নীতিৰ ফাইল খোল খাব অহা সপ্তাহত

বিটিআৰ এলেকাত বসবাস কৰা প্রতিটো জাতি–জনগোষ্ঠীৰ সমউন্নয়ন–সমমর্ নিশ্চিত কৰাৰ লক্ষ্যৰে আজি বিটিআৰ প্রশাসনৰ উদ্যোগত বিটিআৰৰ বিভিন্ন সামাজিক আৰু ছাত্র সংগঠনৰে এখন বৈঠক অনুষ্ঠিত হয়৷ বিটিচি সচিবালয়ৰ খেলপথাৰত আয়োজিত বৈঠকত বিটিআৰৰ মুখ্য কার্যবাহী প্রমোদ বডো, উপ–মুখ্য কার্যবাহী গোবিন্দ বসুমতাৰী, সাংসদ তথা জিএছপিৰ সভাপতি নৱ কুমাৰ শৰণীয়া, কার্যবাহী সদস্যসকল, এবছুৰ সভাপতি দ্বীপেন

নতুন বছৰটোত ধিঙৰ বাবে কি ভাল খবৰ আহিল…

নতুন বছৰটোত ধিঙৰ বাবে কি ভাল খবৰ আহিল…

 ধিং এক্সপ্ৰেছ হিমা দাসে টকিঅ অলিম্পিকৰ বাবে যোগ্যতা অর্জন কৰিছে ।বাকী আছে আনুষ্ঠানিক ঘোষণা ।  হিমাৰ পৰিয়ালৰ লোক তথা হিমা ফেন ক্লাৱৰ লগতে ধিং বাসী উৎফুল্লিত হৈ পৰিছে ।  কৃষকৰ জীয়ৰী হিমা দাসে অলিম্পিকত স্থান লাভ কৰাৰ কথা জানিব পাৰি পিতৃ মাতৃয়ে পুৱা গধুলি নিতৌ নামঘৰত কৰিছে প্ৰাৰ্থনা । স্বৰ্ণ

এতিয়া মিছ কল দিলেই হ’ব পাৰিব অগপৰ সদস্য

এতিয়া মিছ কল দিলেই হ’ব পাৰিব অগপৰ সদস্য

সমষ্টিয়ে সমষ্টিয়ে ‘মিছ কল’ৰ জৰিয়তে অগপৰ সদস‍্যভৰ্তি অভিযান। সোমবাৰে কলিয়াবৰত মিছ কলৰ জৰিয়তে সদস‍্য ভৰ্তি অভিযানৰ শুভাৰম্ভণী কৰা হয়। অগপ দলৰ সাংগঠনিক সম্পাদক তথা তথ‍্য প্ৰযুক্তি কোষৰ দায়িত্ববাহী মণিমাধৱ মহন্তৰ নেতৃত্বত তথ‍্য-প্ৰযুক্তিৰ সহায়ত অগপৰ এই বিশেষ অভিযান অভিযান। পয়ত্ৰিশ বছৰ অতিক্ৰম কৰা অসমৰ ৰাজনীতিৰ অন‍্যতম আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ।

গুৱাহাটী এৰি পলায়ন ৰেষ্টুৰেণ্টত গুণ্ডাগিৰি কৰা NSUIৰ ৫ সদস্য!

গুৱাহাটী এৰি পলায়ন ৰেষ্টুৰেণ্টত গুণ্ডাগিৰি কৰা NSUIৰ ৫ সদস্য!

বিচৰা খাদ্য সময়ত নোপোৱাত ৰেষ্টুৰেণ্টৰ ৰান্ধনীশালত প্ৰৱেশ কৰি  NSUIৰ ৫সদস্যই যোৱা ৩০ ডিচেম্বৰৰ নিশা গুৰুলা–গুৰুলকৈ প্ৰহাৰ কৰিছিল ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীক। নিশা বাৰত সুৰাপান কৰি প্ৰায় ১১ মান বজাত মহানগৰীৰ আগশাৰীৰ হোটেল পেলেচিঅ’ত থকা লিগেচী ৰেষ্টুৰেণ্টত ৰোল খাবলৈ সোমাইছিল ৫ জনীয়া দলটো৷ নেতৃত্বত আছিল কিষাণু শৰ্মা নামৰ যুৱকজন৷ খাদ্য দিয়াত কিছু পলম

৫কোটি কোৰোনা ভেকচিন সাজু, মূল্য ৪৩০-৫৮৪টকা

৫কোটি কোৰোনা ভেকচিন সাজু, মূল্য ৪৩০-৫৮৪টকা

ছিৰাম ইষ্টিটিউটে প্ৰস্তুত কৰা কোৰোনা ভেকচিন এষ্টাজেনেকা বিক্ৰীৰ বাবে অনুমোদন লাভ কৰাৰ পাছত ভেকচিনৰ মূল্যৰ সন্দৰ্ভত ঘোষণা কৰিছে প্ৰতিষ্ঠানটোৱে। এছ আই আইয়ে শেহতীয়াকৈ সদৰি কৰা অনুসৰি, ভেকচিনৰ এটা ড’জ ২১৯-২৯২টকা হব যদিও সেই ভেকচিন বজাৰত ৪৩০-৫৮৪টকাৰ বিনিময়ত কিনিব পাৰিব গ্ৰাহকসকলে। প্ৰতিষ্ঠানটোৱে বৰ্তমানলৈকে ৫কোটি ডজ ভেকচিন প্ৰস্তুত কৰিছে। প্ৰতিষ্ঠানটোৱে সদৰি কৰা