উৰুকালৈ মাজত মাত্ৰ 1দিন থকাৰ সময়তে বাৰ্ড-ফ্লুৰ আশংকাত ৰাজ্যৰ পশুপালন বিভাগে জাৰি কৰিছে এক কঠোৰ নিৰ্দেশ। এই নিৰ্দেশনা অনুসৰি, অসমলৈ বহিঃৰাজ্যৰ পৰা মাংস আমদানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই
Category: Assamese News
এয়াৰ ইণ্ডিয়াৰ মহিলা পাইলটৰ এটা দলে পুনৰ এবাৰ ৰচিলে ইতিহাস। মহিলা পাইলটৰ দলটোৱে নৰ্থ প’লৰ ওপৰেৰে বিশ্বৰ আটাইতকৈ দীঘলীয়া বিমানপথ অতিক্ৰম কৰিলে। এই মহিলা পাইলটৰ দলটোৱে ছান ফ্ৰান্সিছকোৰ পৰা ১৬,০০০
উজনিৰ পিছত এইবাৰ অসম জাতীয় পৰিষদৰ লক্ষ্য নামনি অসম ৷ দেওবাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, জগদীশ ভূঞাসহ জাতীয় পৰিষদৰ নেতৃত্ব উপস্থিত হয় বৰপেটাত। গুৱাহাটীৰ পৰা বৰপেটাৰ চেঙাত উপস্থিত
ৱাশ্বিংটন ডিচিঃ টেচলা (Tesla) আৰু স্পেচএক্সৰ (SpaceX) সংস্থাপক এলন মাস্ক (Elon Musk) বিশ্বৰ সকলোতকৈ ধনী ব্যক্তি হ’ল। ব্লুমবাৰ্গ বিলেনিয়াৰৰ ইণ্ডেক্স মতে মাস্কৰ সম্পত্তি আমাজনৰ (Amazon) চিইঅ’ জেফ বেজছতকৈ (Jeff Bezos)
নগাঁৱৰ বেবেজীয়াৰ বিশিষ্ট সমাজকৰ্মী বীৰ সিং হাজৰিকাৰ মৃত্যু । ১০৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ । শংকৰী সংস্কৃতিৰ একনিষ্ঠ সাধক আছিল প্ৰয়াত হাজৰিকা । সমগ্ৰ বেবেজীয়া অঞ্চলতে শোকৰ ছাঁ ।