গুৱাহাটী আৰু ডিমা হাচাও জিলাৰ উমৰাংচুৰ মাজত অচিৰেই চি-প্লেন অৰ্থাৎ সামুদ্ৰিক উৰাজাহাজৰ সেৱা আৰম্ভ হ’ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী মনসুখ মান্দাভিয়াই এই বিষয়ে ঘোষণা কৰিছে। অসমকে ধৰি দেশৰ
Category: Assamese News
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী।অসম হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ সূচী প্ৰকাশ অসম মাধ্যমিক শিক্ষা সংসদৰ।১১মে’ৰ পৰা আৰম্ভ পৰীক্ষা।১১ মে’ৰ পৰা ইংৰাজী পৰীক্ষাৰে আৰম্ভ হৈ এই পৰীক্ষা জুনৰ
ছাত্ৰীয়েই নহয়,আগন্তুক দিনত ছাত্ৰয়ো লাভ কৰিব স্কুটী। মাজুলীত ড০ বাণীকান্ত কাকতি বঁটা প্ৰদান অনুষ্ঠানত এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। এই স্কুটীখন লৈ য’লৈকে যাব সফলতাৰ বাতৰি লৈ যাব। অন্যান্য ছাত্ৰ-ছাত্ৰীসকলকো
ছাত্ৰীয়ে নহয়, ছাত্ৰয়ো লাভ কৰিব স্কুটী। মাজুলীত ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠানত এই কথা ঘোষণা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মেধাৱী ছাত্ৰক লৈ বিশেষ আঁচনিৰ চিন্তা–চৰ্চা চৰকাৰৰ। ভৱিষ্যতে ছাত্ৰকো স্কুটী
প্ৰায় ২৪ ঘণ্টীয়া উত্কণ্ঠাৰ অৱসান। উদ্ধাৰ হ’ল প্ৰাক্তন সাংসদ তথা বিজেপি নেতা বিশ্বজিত্ দৈমাৰীৰ পুত্ৰ অমিতৰাজ দৈমাৰী। বুধবাৰে চিৰাঙৰ পৰা উদ্ধাৰ কৰা হয় কিশোৰজনক। উল্লেখযোগ্য যে, মঙলবাৰৰ পৰা নিখোজ হৈ আছিল