বহুধা বিভক্ত অসম কংগ্ৰেছৰ সভাপতিৰ পদ গ্ৰহণ কৰিবলৈ সাজু হৈছে নগাঁৱৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ । দলৰ শীৰ্ষ নেতৃত্বই এই দায়িত্ব প্ৰদান কৰিলে নিশ্চিত ভাৱে গ্ৰহণ কৰিব কংগ্ৰেছৰ নেতাজনে। কিন্তু তেওঁ দিল্লীত কাকো তেল নামাৰে বা বৰ্তমানৰ সভাপতিৰ বিৰোধিতা নকৰে । বৃহস্পতিবাৰে দিল্লীৰ যন্তৰ মন্তৰত হোৱা এক কৃষকৰ প্ৰতিবাদী সভাত
Category: Assamese News
নতুন কৃষি আইনক লৈ দিল্লীৰ সীমাত অব্যাহত আছে কৃষকৰ প্ৰতিবাদ । কৃষকৰ প্ৰতিবাদত ভাগ লৈছে পাঞ্জাৱ,হাৰিয়ানাৰ লগতে দেশৰ বহু কেইখন ৰাজ্যই । ইফালে কৃষি আইন সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰিব । জানিব পৰা অনুসৰি ৰাহুল গান্ধী আৰু কংগ্ৰেছ নেতৃত্বই বৃহস্পতিবাৰে ১০ বাজি ৪৫ মিনিটত
গৃহ বিভাগে ব্যাপক সাল–সলনি কৰিছে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত। অসম চৰকাৰৰ জাননী অনুসৰি বিশেষ শাখাৰ আৰক্ষী মহাপৰিদৰ্শক (আই জি পি) হীৰেন নাথক বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানলৈ পদোন্নতি দিয়া হৈছে। মুন্না প্ৰসাদ গুপ্তাৰ স্থানত কাৰ্যভাৰ গ্ৰহণ কৰিব হীৰেন নাথে। আনহাতে বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাক
হেজাৰ হেজাৰ বনভোজ যাত্ৰীৰে ডিমৌ নদীত উখল মাখল পৰিবেশ ৷ মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ সৈতে একাত্ম হ’ল বনভোজৰ দল ৷চিলাপথাৰ অঞ্চলৰ মাজেৰে অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা প্ৰতিকৃতিৰ নৈসৰ্গিক সৌন্দৰ্য্যৰে ভৰপুৰ ডিমৌ নদী পুনৰ প্ৰাণোচ্ছল হৈ পৰিল ৷ কোৰোনা সৃষ্ট পৰিবেশৰ কিছু উন্নত হোৱাৰ পিছত প্ৰকৃতিৰ কোলাত ক্ষনিক জীৰণি ল’বলৈ আহিল
যোৱা শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে ব্যক্তিগত নিউজ চেনেল ডিৱাই৩৬৫ৰ সাংবাদিক গৌতম হাজৰিকা। শনিবাৰে প্ৰাতঃভ্ৰমণলৈ যোৱাৰ পাছৰে পৰা তেওঁৰ কোনো সন্ধান পোৱা হোৱা নাই। বৰ্তমানলৈ তেওঁৰ কোনো শুংসূত্ৰ লাভ কৰা নাই আৰক্ষীয়ে। তেওঁৰ সন্ধান নোপোৱাৰ প্ৰতি লক্ষ্য ৰাখি জাৰ্ণেলিষ্ট ফ’ৰাম আছাম চমুকৈ জেএফএ-য়ে আৰক্ষী বিভাগক সাংবাদিক গৰাকীৰ সন্ধানৰ বাবে সকলো